অসম বিশেষ TET ২০২৬ – LP আৰু UP শিক্ষক যোগ্যতা পৰীক্ষাৰ সম্পূৰ্ণ তথ্য
অসম চৰকাৰে ২০২৬ বৰ্ষৰ বাবে বিশেষ শিক্ষক যোগ্যতা পৰীক্ষা (Special TET) ঘোষণা কৰিছে। এই পৰীক্ষা বিশেষকৈ Bodo, Garo, Manipuri আৰু Hmar মাধ্যম বিদ্যালয়সমূহৰ বাবে অনুষ্ঠিত কৰা হ’ব।যিসকল প্ৰাৰ্থীয়ে চৰকাৰী প্ৰাথমিক অথবা উচ্চ প্ৰাথমিক বিদ্যালয়ত শিক্ষক হ’ব বিচাৰে, তেওঁলোকৰ বাবে এই পৰীক্ষা উত্তীৰ্ণ হোৱাটো অত্যন্ত প্ৰয়োজনীয়।
বিশেষ TET কি?
Special Assam TET হৈছে ৰাজ্যিক স্তৰৰ এক যোগ্যতা নিৰ্ধাৰণ পৰীক্ষা। এই পৰীক্ষাত উত্তীৰ্ণ হ’লে আপুনি Elementary School (Class I–VIII) শিক্ষক নিযুক্তিৰ বাবে আবেদন কৰিব পাৰিব।⚠ মন কৰিব: TET উত্তীৰ্ণ হ’লেই চাকৰি নিশ্চিত নহয়, কিন্তু ই শিক্ষক নিযুক্তিৰ বাবে যোগ্যতা প্ৰদান কৰে।
পৰীক্ষাৰ মুখ্য তথ্য
পৰীক্ষাৰ নাম: Special Assam Teacher Eligibility Test 2026পৰিচালনা কৰা সংস্থা: State Level Empowered Committee, অসমপৰীক্ষাৰ ধৰণ: OMR ভিত্তিক লিখিত পৰীক্ষামুঠ প্ৰশ্ন: ১৫০ টা MCQসময়: ২ ঘণ্টা ৩০ মিনিটমুঠ নম্বৰ: ১৫০Negative Marking: নাইCertificate বৈধতা: আজীৱন
Paper বিভাজন
🟢 Paper I (Lower Primary – Class I-V)
১৫০ টা প্ৰশ্নমুঠ নম্বৰ: ১৫০প্ৰাথমিক বিদ্যালয়ৰ বাবে
🔵 Paper II (Upper Primary – Class VI-VIII)
১৫০ টা প্ৰশ্নমুঠ নম্বৰ: ১৫০উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাবেযোগ্যতা অনুসৰি প্ৰাৰ্থীয়ে Paper I, Paper II অথবা দুয়োটাতে আবেদন কৰিব পাৰে।
ন্যূনতম উত্তীৰ্ণ নম্বৰ
General শ্ৰেণী: ৬০% (৯০/১৫০)SC/ST/OBC/MOBC/PWD: ৫৫% (৮৩/১৫০)
যোগ্যতা মানদণ্ড
📍 বাসিন্দা
প্ৰাৰ্থীজন অসম ৰাজ্যৰ স্থায়ী বাসিন্দা হ’ব লাগিব।
🎓 শিক্ষাগত অৰ্হতা
Lower Primary (LP)
১২শ + ২ বছৰৰ D.El.Ed
অথবা১২শ + ৪ বছৰৰ B.El.Ed
অথবাস্নাতক + D.El.Ed
Upper Primary (UP)
স্নাতক + D.El.Ed
অথবাস্নাতক + B.Ed
অথবাস্নাতকোত্তৰ + B.Ed
আবেদন মাচুল
General: ₹৫৫০SC/ST/OBC/MOBC: ₹৪৫০PWD: ₹৩০০
মাচুল অনলাইন যোগে জমা দিব লাগিব।
কেনেকৈ আবেদন কৰিব?
অফিচিয়েল ৱেবছাইটত যাওকOnline Registration কৰকপ্ৰয়োজনীয় তথ্য সঠিককৈ পূৰণ কৰকডকুমেন্ট আপলোড কৰকমাচুল পৰিশোধ কৰকFinal Submit কৰি Print সংৰক্ষণ কৰক
গুৰুত্বপূৰ্ণ তাৰিখসমূহ
আবেদন আৰম্ভ: ৭ জানুৱাৰী ২০২৬শেষ তাৰিখ: ৭ ফেব্ৰুৱাৰী ২০২৬Exam Centre সলনি: ১২–১৯ ফেব্ৰুৱাৰী ২০২৬Admit Card: পিছত ঘোষণা হ’বপৰীক্ষাৰ তাৰিখ: পিছত ঘোষণা হ’ব
পাঠ্যসূচী (Syllabus)
🟢 Paper I
Child Development & Pedagogy – ৩০Language I – ৩০Language II – ৩০Mathematics – ৩০Environmental Studies – ৩০
🔵 Paper II
Child Development & Pedagogy – ৩০Language I – ৩০Language II – ৩০Maths & Science / Social Studies – ৬০
পৰীক্ষা কেন্দ্ৰসমূহ
Cachar, Dibrugarh, Kokrajhar, Kamrup, Kamrup Metro, Hojai, Sonitpur, Dhemaji, Goalpara, Karbi Anglong, Tamulpur আৰু Dima Hasao জিলাত পৰীক্ষা অনুষ্ঠিত হ’ব।
শেষ কথা
অসমত চৰকাৰী শিক্ষক হোৱাৰ সপোন দেখা প্ৰাৰ্থীসকলৰ বাবে Special Assam TET ২০২৬ এক ডাঙৰ সুযোগ। সঠিক সময়ত আবেদন কৰক আৰু আগতেই প্ৰস্তুতি আৰম্ভ কৰক।👉 শেষ তাৰিখলৈ অপেক্ষা নকৰিব।
For Free Job Alert :
| Social Media | URL Link |
|---|---|
| Join Our Youtube Group | Click Here |
| Join Our WhatsApp Group | Click Here |
| Join Our Facebook Page | Click Here |

