HomeUncategorizedThe Assam Co-Operative Apex Bank Limited নিয়োগ ২০২৬ – ১৫০ টা Assistant...

The Assam Co-Operative Apex Bank Limited নিয়োগ ২০২৬ – ১৫০ টা Assistant পদৰ বাবে অনলাইন আবেদন

  

The Assam Co-Operative Apex Bank Limited নিয়োগ ২০২৬ – ১৫০ টা Assistant পদৰ বাবে অনলাইন আবেদন

শেষ তাৰিখ: ১৯ এপ্ৰিল ২০২৬

The Assam Co-Operative Apex Bank Limited এ Assistant পদৰ ১৫০ টা খালী পদ পূৰণ কৰাৰ বাবে এটা চৰকাৰী নিয়োগ বিজ্ঞপ্তি প্ৰকাশ কৰিছে। যিসকল প্ৰাৰ্থীয়ে যিকোনো বিষয়ত Graduation সম্পূৰ্ণ কৰিছে আৰু কম্পিউটাৰ জ্ঞান আছে তেওঁলোকে এই পদৰ বাবে আবেদন কৰিব পাৰে।

আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীয়ে অনলাইনযোগে আবেদন কৰিব পাৰে।


Apex Bank Recruitment 2026 – Overview

বিৱৰণ তথ্য
সংস্থা The Assam Co-Operative Apex Bank Limited
পদৰ নাম Assistant
মুঠ খালী পদ ১৫০ টা
চাকৰিৰ স্থান অসম
আবেদন পদ্ধতি Online
শেষ তাৰিখ ১৯ এপ্ৰিল ২০২৬

পদৰ বিৱৰণ

পদৰ নাম: Assistant
মুঠ পদ: ১৫০ টা

বেতন:
₹১৮,৭৩০ – ₹৬৮,০৪০ + Grade Pay ₹৪,৪০০ আৰু অন্যান্য ভাতা।


বয়স সীমা

প্ৰাৰ্থীৰ বয়স ১ জানুৱাৰী ২০২৬ তাৰিখত ২১ বছৰৰ পৰা ৩৮ বছৰৰ ভিতৰত হব লাগিব।


শিক্ষাগত অৰ্হতা

প্ৰাৰ্থীয়ে তলৰ অৰ্হতাসমূহ পূৰণ কৰিব লাগিব—

  • স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো বিষয়ত Graduate

  • কমেও ৪৫% নম্বৰ থাকিব লাগিব

  • কম্পিউটাৰ জ্ঞান থাকিব লাগিব

  • আবেদন কৰাৰ সময়ত Computer Proficiency Certificate জমা দিব লাগিব


অন্যান্য যোগ্যতা

Nationality:
প্ৰাৰ্থীজন Indian Citizen হব লাগিব।

Local Language:
প্ৰাৰ্থীজন অসমীয়াসহ স্থানীয় ভাষা ভালদৰে জানিব লাগিব


আবেদন মাচুল

Assistant পদৰ বাবে আবেদন কৰাৰ সময়ত প্ৰাৰ্থীয়ে—

  • ₹৭৫০ আবেদন মাচুল দিব লাগিব

Payment Mode: Online


কেনেকৈ আবেদন কৰিব?

আগ্ৰহী প্ৰাৰ্থীয়ে তলৰ ধাপসমূহ অনুসৰণ কৰি অনলাইন আবেদন কৰিব পাৰে—

  1. তলৰ Important Web-Links section লৈ যাওক।

  2. Online Application Form লিংকত ক্লিক কৰক।

  3. প্ৰথমে Registration সম্পূৰ্ণ কৰক।

  4. তাৰ পিছত Login কৰি ফৰ্ম পূৰণ কৰক।

  5. সকলো ব্যক্তিগত আৰু শিক্ষাগত তথ্য ভৰাওক।

  6. প্ৰয়োজনীয় documents upload কৰক।

  7. Online payment কৰি form submit কৰক।


গুৰুত্বপূর্ণ তাৰিখসমূহ

ঘটনা তাৰিখ
আবেদন আৰম্ভ ২০ মাৰ্চ ২০২৬
আবেদন শেষ তাৰিখ ১৯ এপ্ৰিল ২০২৬

বাছনি প্ৰক্ৰিয়া

প্ৰাৰ্থী বাছনি তলৰ ধাপসমূহৰ জৰিয়তে কৰা হ’ব—

  1. Written Examination

  2. Personal Interview


লিখিত পৰীক্ষাৰ বিৱৰণ

বিৱৰণ তথ্য
মুঠ নম্বৰ ১০০
মুঠ প্ৰশ্ন ১০০
সময় ১০০ মিনিট
ভাষা English

Exam Pattern

বিষয় প্ৰশ্ন
General / Financial Awareness ২০
English Language ২০
Reasoning Ability / Computer Aptitude ৩০
Numerical Ability ৩০

Important Web-Links

📖 Description 🔗Link
🖥️ Online Application Form 20/03/2026
🔔 View Official Notification Click Here
🔗 Visit Official Website Click Here

FAQs

১) Apex Bank Recruitment 2026 আবেদন আৰম্ভ তাৰিখ কেতিয়া?
আবেদন আৰম্ভ হব ২০ মাৰ্চ ২০২৬

২) আবেদন শেষ তাৰিখ কেতিয়া?
শেষ তাৰিখ ১৯ এপ্ৰিল ২০২৬

৩) মুঠ কিমান খালী পদ আছে?
মুঠ ১৫০ টা Assistant পদ আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments