SSUHS BSc Nursing Entrance Exam 2026 – Online Apply
Srimanta Sankaradeva University of Health Sciences (SSUHS) এ ২০২৬ বৰ্ষৰ বাবে B.Sc. Nursing Course ত ভৰ্তিৰ উদ্দেশ্যে Common Entrance Examination (CEE) 2026 ৰ অফিচিয়েল নোটিফিকেচন প্ৰকাশ কৰিছে।
এই পৰীক্ষাৰ জৰিয়তে অসমৰ Government আৰু Private Nursing Institute সমূহত BSc Nursing course ত ভৰ্তিৰ বাবে উপযুক্ত প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব।
এই SSUHS CEE 2026 পৰীক্ষা ৭ জুন ২০২৬ তাৰিখে অসমৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব।
গুরুত্বপূৰ্ণ কথা হৈছে, এই একে CEE Score ব্যৱহাৰ কৰি D.Pharm, B.Pharm আৰু Allied & Healthcare (B.Sc. Medical Technology) course সমূহতো ভৰ্তি কৰা হ’ব।
আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে ৩০ এপ্ৰিল ২০২৬ লৈকে Online আবেদন কৰিব পাৰিব।
SSUHS BSc Nursing Admission 2026 – Overview
পৰীক্ষাৰ নাম: SSUHS Common Entrance Examination (CEE) 2026
Course: B.Sc. Nursing
University: Srimanta Sankaradeva University of Health Sciences
Academic Session: 2026
Entrance Exam Date: ৭ জুন ২০২৬ (ৰবিবাৰ)
Exam Mode: OMR ভিত্তিক লিখিত পৰীক্ষা
Exam Centres:
গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, নগাঁও, কোকৰাঝাৰ, নলবাৰী, ধুবুৰী, শ্বিলং, আইজল, ইটানগৰ, আগৰতলা, ইম্ফল, ডিমাপুৰ আৰু গেংটক।
Helpline: 08048794953
Email: [email protected]
SSUHS BSc Nursing Admission – Eligibility Criteria
Citizenship
প্ৰাৰ্থীজন ভাৰতৰ নাগৰিক হব লাগিব।
Residentship
অসমৰ Government Institute ত ভৰ্তিৰ বাবে Permanent Resident Certificate (PRC) আবশ্যক।
Age Limit
প্ৰাৰ্থীৰ বয়স ৩১ ডিচেম্বৰ ২০২৬ তাৰিখত অন্ততঃ ১৭ বছৰ হব লাগিব।
Maximum বয়স: ৩৫ বছৰ।
Gender
অসমৰ Government Nursing Institute সমূহত Male Candidate সকলৰ বাবে ভৰ্তি অনুমতি নাই। Private institute ত এই নিয়ম প্ৰযোজ্য নোহোৱা সম্ভাৱনা আছে।
Colour Blindness
Colour Blind প্ৰাৰ্থীসকলেও আবেদন কৰিব পাৰিব, কিন্তু তেওঁলোকে colour corrective lens বা spectacles ব্যৱহাৰ কৰিব লাগিব।
Educational Qualification
প্ৰাৰ্থীয়ে তলৰ শিক্ষাগত যোগ্যতা পূৰণ কৰিব লাগিব।
-
10+2 Science stream উত্তীৰ্ণ হব লাগিব।
-
Physics, Chemistry আৰু Biology মিলাই কমেও 45% নম্বৰ থাকিব লাগিব।
-
English subject ত pass কৰিব লাগিব।
-
State Open School বা NIOS ৰ Science subject থকা শিক্ষাৰ্থীসকলেও আবেদন কৰিব পাৰিব।
Medical Fitness
প্ৰাৰ্থীজন শাৰীৰিকভাৱে মেডিকেলি ফিট হব লাগিব।
Application Fee
প্ৰাৰ্থীসকলে Online Payment Gateway ৰ জৰিয়তে Application Fee পৰিশোধ কৰিব লাগিব।
PwD (Divyang) category ৰ 40% বা তাৰ ওপৰৰ অক্ষমতা থকা প্ৰাৰ্থীসকলৰ বাবে Application Fee মাফ কৰা হৈছে।
Fee ৰ বিষয়ে অধিক তথ্য পিছত ঘোষণা কৰা হ’ব।
How to Apply for SSUHS BSc Nursing Entrance Exam
আগ্ৰহী প্ৰাৰ্থীসকলে তলৰ ধাপসমূহ অনুসৰণ কৰি Online আবেদন কৰিব পাৰিব।
-
তলত থকা Important Links Section লৈ যাওক।
-
Online Application Form ত Click কৰক।
-
প্ৰথমে Registration Process সম্পূৰ্ণ কৰক।
-
তাৰ পিছত Login কৰক।
-
নিজৰ Personal আৰু Educational Details ভৰ্তি কৰক।
-
প্ৰয়োজনীয় Documents Upload কৰক।
-
Online Application Fee পৰিশোধ কৰক।
-
Form Submit কৰি Printout সংৰক্ষণ কৰক।
Important Dates – SSUHS CEE 2026
Online Apply Start: ২০ মাৰ্চ ২০২৬
Last Date: ৩০ এপ্ৰিল ২০২৬
Admit Card Download: ২০ মে ২০২৬
Entrance Exam Date: ৭ জুন ২০২৬
SSUHS Nursing Entrance Exam Pattern
Exam Date: ৭ জুন ২০২৬
Exam Time: 10 AM – 12 Noon
Duration: ২ ঘণ্টা
Question Type: Multiple Choice Questions (MCQ)
Total Questions: 100
Total Marks: 100
Correct Answer: ১ নম্বৰ
Negative Marking: এতিয়ালৈকে অফিচিয়েল তথ্য নাই।
Important Web-Links
| 📖 Description | 🔗Link |
|---|---|
| 🖥️ Online Application Form | 20/03/2026 |
| 🔔 View Official Notification | Click Here |
| 🔗 Visit Official Website | Click Here |
| 👉 Join Our WhatsApp Group | Click Here |
| 👉 Join Our Youtube Channel | Click Here |
SSUHS CEE 2026 Syllabus
প্ৰশ্নসমূহ Higher Secondary (10+2) Science Level ৰ ওপৰত ভিত্তি কৰি থাকিব।
| Subject | Marks |
|---|---|
| English | 25 |
| Physics | 25 |
| Chemistry | 25 |
| Biology | 25 |
FAQs – SSUHS Admission
Q. SSUHS Admission Online Apply কেতিয়া আৰম্ভ হ’ব?
২০ মাৰ্চ ২০২৬ তাৰিখৰ পৰা Online Apply আৰম্ভ হ’ব।
Q. SSUHS Admission ৰ শেষ তাৰিখ কি?
৩০ এপ্ৰিল ২০২৬ হৈছে Online Apply ৰ শেষ তাৰিখ।
Q. SSUHS CEE 2026 Exam Date কেতিয়া?
SSUHS CEE 2026 পৰীক্ষা ৭ জুন ২০২৬ তাৰিখে অনুষ্ঠিত হ’ব।

