NCET ITEP 2026 Notification – Eligibility, Syllabus, Exam Pattern
NCET ITEP 2026 ৰ বাবে আনুষ্ঠানিক বিজ্ঞাপন প্ৰকাশ কৰিছে National Testing Agency (NTA) এ। এই পৰীক্ষাৰ জৰিয়তে 4 বছৰীয়া Integrated Teacher Education Programme (ITEP) ত ভৰ্তি লোৱা হয়।
এই বছৰৰ NCET 2026 পৰীক্ষা 17 এপ্ৰিল 2026 (শুকুৰবাৰ) তাৰিখে অনুষ্ঠিত হ’ব। এইটো এখন National Level Entrance Examination যাক NTA এ National Council for Teacher Education (NCTE) ৰ পক্ষৰ পৰা আয়োজন কৰে।
যিসকল প্ৰাৰ্থীয়ে শিক্ষকতাৰ ক্ষেত্ৰত কেরিয়াৰ গঢ়িবলৈ বিচাৰে, তেওঁলোকৰ বাবে এইটো এক গুৰুত্বপূৰ্ণ পৰীক্ষা। তলত Eligibility, Exam Pattern, Syllabus আৰু Application Process সম্পূৰ্ণ তথ্য দিয়া হৈছে।
NCET ITEP 2026 – পৰীক্ষাৰ তথ্য
-
পৰীক্ষাৰ নাম: National Common Entrance Test (NCET) 2026
-
পৰিচালনা কৰা সংস্থা: National Testing Agency
-
পৰীক্ষাৰ ধৰণ: Entrance Examination
-
পৰীক্ষাৰ তাৰিখ: 17 April 2026
-
পৰীক্ষাৰ মোড: Online (Computer Based Test)
-
প্ৰশ্নৰ ধৰণ: Multiple Choice Questions (MCQ)
-
পাঠ্যক্রম: 4-Year Integrated Teacher Education Programme (ITEP)
-
Academic Session: 2026 – 2027
ITEP Programme কি?
National Education Policy 2020 অনুসৰি, 4 বছৰীয়া Integrated B.Ed. Programme ভবিষ্যতৰ শিক্ষকসকলৰ বাবে প্ৰয়োজনীয় নূন্যতম যোগ্যতা হিচাপে নিৰ্ধাৰণ কৰা হৈছে।
এই পাঠ্যক্রমত অন্তৰ্ভুক্ত থাকে—
-
শিক্ষা (Education)
-
বিশেষ বিষয় অধ্যয়ন (Science, Arts, Mathematics ইত্যাদি)
-
Teaching pedagogy
-
Child psychology
-
Foundational literacy আৰু numeracy
-
ভাৰতীয় সংস্কৃতি আৰু মূল্যবোধ
NCET 2026 Eligibility Criteria
Age Limit
NCET 2026 পৰীক্ষাৰ বাবে কোনো বয়স সীমা নাই। কিন্তু যি বিশ্ববিদ্যালয় বা কলেজত ভৰ্তি ল’ব, সেই সংস্থাৰ নিয়ম অনুসৰি বয়সৰ শর্ত থাকিব পাৰে।
Educational Qualification
-
Class 12 pass বা সমমানৰ পৰীক্ষা উত্তীৰ্ণ হ’ব লাগিব
-
অথবা 2026 ত Class 12 exam দিয়া প্ৰাৰ্থীও আবেদন কৰিব পাৰিব
NCET 2026 Application Fee
| Category | Fee |
|---|---|
| General | ₹1200 |
| OBC / EWS | ₹1000 |
| SC / ST / PwBD / Third Gender | ₹650 |
ফীসমূহ Online মাধ্যমৰ জৰিয়তে জমা দিব লাগিব।
Payment Options:
-
Net Banking
-
Debit Card
-
Credit Card
-
UPI
NCET 2026 Online Apply কেনেকৈ কৰিব?
আগ্ৰহী প্ৰাৰ্থীয়ে তলৰ ধাপসমূহ অনুসৰণ কৰি Online আবেদন কৰিব পাৰিব।
-
তলত থকা Important Web Links অংশলৈ যাওক
-
Online Application Form ত ক্লিক কৰক
-
Registration সম্পূৰ্ণ কৰক
-
ব্যক্তিগত আৰু শিক্ষাগত তথ্য ভৰ্তি কৰক
-
Passport size photo আৰু signature upload কৰক
-
Application fee জমা কৰক
-
Form submit কৰি print copy সংৰক্ষণ কৰক
NCET 2026 Important Dates
-
Online Apply আৰম্ভ: 12 February 2026
-
Apply শেষ তাৰিখ: 10 March 2026
-
Admit Card: ঘোষণা পিছত হ’ব
-
Exam Date: 17 April 2026
-
Result: পিছত ঘোষণা কৰা হ’ব
NCET 2026 Exam Pattern
| Section | Subject | Questions |
|---|---|---|
| Section 1 | Language (2 টা ভাষা বাছিব লাগিব) | 20 out of 23 |
| Section 2 | Domain Subjects (3 টা বিষয়) | 25 out of 28 |
| Section 3 | General Test | 25 out of 28 |
| Section 4 | Teaching Aptitude | 20 out of 23 |
মুঠ প্ৰশ্ন: 181
Attempt কৰিব লাগিব: 160
NCET 2026 Syllabus
Language
-
Reading comprehension
-
Vocabulary
-
Literary aptitude
Domain Subjects
বাছনি কৰা বিষয়ৰ ওপৰত ভিত্তি কৰি প্ৰশ্ন আহিব।
General Test
-
General knowledge
-
Current affairs
-
Logical reasoning
-
Quantitative aptitude
-
Mental ability
Teaching Aptitude
-
Teaching methodology
-
Classroom understanding
-
Subject pedagogy
Assam ত NCET Exam Centres
Assam ৰ ভিতৰত তলত দিয়া স্থানসমূহত পৰীক্ষা অনুষ্ঠিত হ’ব—
-
Guwahati
-
Dibrugarh
-
Silchar
-
Jorhat
Assam ত ITEP Course থকা কিছু College
Assam ৰ বহুতো কলেজত Integrated B.Sc B.Ed / B.A B.Ed course উপলব্ধ।
কিছু গুৰুত্বপূৰ্ণ প্রতিষ্ঠান—
-
Gauhati University
-
Tezpur University
-
Assam Don Bosco University
-
B Barooah College
-
ADP College Nagaon
-
Nowgong College
-
Digboi College
-
Lakhimpur Girls’ College
-
Mangaldoi College
-
Pragjyotish College
Important Web Links
Online Application Form – Click Here
Information Brochure – Click Here
Official Notification – Click Here
Official Website – Click Here

