HomeUncategorizedDEE Assam Merit List 2026 – 4500টা LP & UP শিক্ষক পদৰ...

DEE Assam Merit List 2026 – 4500টা LP & UP শিক্ষক পদৰ ২য় অনুক্ৰম (Merit) তালিকা প্ৰকাশ

 

DEE Assam Merit List 2026 – 4500টা LP & UP শিক্ষক পদৰ ২য় অনুক্ৰম তালিকা প্ৰকাশ

DEE AssamDirectorate of Elementary Education, Assam — এ অসমৰ লোৱাৰ প্ৰাইমাৰী (LP) আৰু আপাৰ প্ৰাইমাৰী (UP) বিদ্যালয়ত ৪৫০০টা সহকারী শিক্ষক পদৰ নিয়োগৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে।

এই নিয়োগৰ প্ৰক্ৰিয়াৰ অংশ হিচাপে বিভাগে ১ম আৰু ২য় অনুক্ৰম তালিকা প্ৰকাশ কৰিছে। লগতে জিলা-ভিত্তিক এবং শ্ৰেণী-ভিত্তিক কাট-অফ মার্কছ-ও সদৰী প্ৰকাশিত হৈছে।

স্মর্তব্য যে, প্ৰতিটো অনুক্ৰম তালিকা পৰৱৰ্তী অনুক্ৰম/অন্তিম তালিকা প্রকাশ হোৱাৰ লগে লগেই বাতিল বুলি গণ্য হ’ব। কেৱল অন্তিম বাছনি তালিকাত নাম থকা পৰিক্ষাৰ্থীকহে নিয়োগ পত্ৰ প্ৰদান কৰা হ’ব।


DEE Assam Merit List 2026 – সংক্ষিপ্ত তথ্য

পদৰ নাম: সহকাৰী শিক্ষক (LP & UP)
মুঠ পদ: ৪৫০০টা

  • লোৱাৰ প্ৰাইমাৰী (LP): ২৯০০টা

  • আপাৰ প্ৰাইমাৰী (UP): ১৬০০টা

বিভাগ: Directorate of Elementary Education, Assam
বিজ্ঞাপন নম্বৰ: E-573006/28 আৰু E-573006/32 (08/01/2025)
তালিকার ধৰণ: ২য় অনুক্ৰম তালিকা
১ম অনুক্ৰম তালিকা প্ৰকাশ: 19/02/2026
২য় অনুক্ৰম তালিকা প্ৰকাশ: 02/03/2026
অফিচিয়েল ৱেবছাইট: https://dee.assam.gov.in


নম্বর গণনার পদ্ধতি

নিৰ্বাচনৰ নম্বৰ গণনা বিজ্ঞাপন আৰু চৰকাৰী নিয়মাৱলী অনুসৰি কৰিবলগীয়া হয়।

Lower Primary (LP):

  • HS: 5%

  • TET: 85%

  • Professional Qualification: 5%

  • Graduation: 0%

  • ECA: 5%

Upper Primary (UP):

  • HS: 5%

  • TET: 80%

  • Professional Qualification: 5%

  • Graduation: 5%

  • ECA: 5%


DEE Assam LP/UP Merit List কেনেকৈ চাব ?

৪৫০০টা শিক্ষক পদৰ বাবে অনলাইন আবেদন কৰা প্রাৰ্থীসকলেএ নিম্নলিখিত ধাপসমূহ অনুসৰণ কৰি তালিকা চাব পাৰে—

  1. পাতখনত Important Web-Links অংশলৈ যাওক।

  2. তাত থকা DEE Merit List 2026 লিংকত ক্লিক কৰক।

  3. নতুন টেবত DEE-ৰ অফিচিয়েল পোৰ্টেল খুলি যাব।

  4. Registration Number আৰু Password ব্যৱহাৰ কৰি লগইন কৰক।

  5. আপোনাৰ প্ৰযোজ্য অনুক্ৰম তালিকা স্ক্ৰীণত দেখা যাব।

বিশেষ জাননী

যি প্ৰাৰ্থীৰ বহুতো পদত নাম আহিছে, তেওঁলোকে 05/03/2026ৰ সন্ধিয়া 5 বজাৰ ভিতৰত অফিচিয়েল পোৰ্টেলত নিজৰ অপচন/পছন্দ দাখিল কৰিব লাগিব।


Important Web-Links – DEE LP UP Merit List 2026


অভিযোগ নিষ্পত্তি (Grievance Clarification)

যদি কোনো প্ৰাৰ্থীৰ নিজৰ শ্ৰেণী/জিলাৰ কাট-অফতকৈ বেছি নম্বৰ থাকিলেও নাম নাহে, তেন্তে তলত দিয়া সময় আৰু স্থানত উপস্থিত হৈ স্পষ্টীকৰণ ল’ব পাৰে—

তাৰিখ সময় স্থান
05/03/2026 11:00 AM – 3:00 PM DEE Assam কাচাৰী, Kahilipara, Guwahati – 19

DEE Assam Merit List 2026 – FAQs

DEE Assam 2nd Merit List কেতিয়া মুক্তি পাইছে?

02 March 2026 তাৰিখে ২য় অনুক্ৰম তালিকা প্ৰকাশিত হৈছে।

DEE Assam LP/UP Teacher Recruitment-ত কিমান পদ আছে?

মুঠ ৪৫০০টা পদ — LP: ২৯০০, UP: ১৬০০।

DEE Assam Merit List কেনেকৈ চাব পাৰি?

আধিকাৰিক পোৰ্টেলত লগইন কৰি তালিকা চাব পাৰি — Directorate of Elementary Education, Assam

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments