HomeUncategorizedDr. Radhakrishnan School Dibrugarh Recruitment 2026 – 14টা পদ, Apply Now

Dr. Radhakrishnan School Dibrugarh Recruitment 2026 – 14টা পদ, Apply Now

Dr. Radhakrishnan School Dibrugarh Recruitment 2026 – 14টা পদ, Apply Now

Dr. Radhakrishnan School of Arts, Commerce and Science১৪টা খালী পদৰ বাবে নতুন  বিজ্ঞাপন প্ৰকাশ কৰিছে। বিদ্যালয়খনত বিভিন্ন Faculty আৰু Non-Teaching পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰি লোৱা হৈছে। আগ্ৰহী প্ৰাৰ্থীয়ে ৫ মাৰ্চ, ২০২৬ ৰ আগতেই ই-মেইল বা অফলাইন মাধ্যমেদি CV জমা দিব পাৰে।

নোট: শেহতীয়া অসম চৰকাৰী আৰু কেন্দ্ৰীয় চৰকাৰী চাকৰিৰ আপডেটৰ বাবে নিয়মিত assamlive.info চাই থাকক। 

👉 Join WhatsApp Group


Dr. Radhakrishnan School Dibrugarh Recruitment 2026 – পদসমূহৰ বিৱৰণ

1. Civil Engineer

প’ষ্ট সংখ্যা: ০১ (Male)
বেতন: ₹35,000 – ₹50,000 (MERIT আৰু EXPERIENCE অনুসৰি)
শিক্ষাগত অৰ্হতা: B.Tech / B.E / M.Tech (Civil Engineering)
অভিজ্ঞতা: ২–৩ বছৰৰ অভিজ্ঞতা


2. Transport Officer

প’ষ্ট সংখ্যা: ০১ (Male)
বেতন: ₹12,000 – ₹30,000
শিক্ষাগত অৰ্হতা: কোনো এখন স্বীকৃত বিশ্ববিদ্যালয়ৰ Graduate
অভিজ্ঞতা: Transport Officer হিচাপে ২–৩ বছৰৰ অভিজ্ঞতা


3. Accounts Officer

প’ষ্ট সংখ্যা: ০২ (Male)
বেতন: ₹12,000 – ₹35,000
শিক্ষাগত অৰ্হতা: কোনো বিষয়া গ্র্যাজুৱেট, কিন্তু B.Com / M.Com / MBA প্ৰাৰ্থীক অগ্ৰাধিকাৰ
অভিজ্ঞতা: ১–২ বছৰৰ একেই ক্ষেত্ৰৰ অভিজ্ঞতা থাকিলে অগ্ৰাধিকাৰ


4. Warden

প’ষ্ট সংখ্যা: ০৮ (Male: 4, Female: 4)
বেতন: ₹9,000 – ₹20,000
শিক্ষাগত অৰ্হতা: যিকোনো বিষয়া Graduate


5. Security Guard

প’ষ্ট সংখ্যা: ০২ (Male)
বেতন: ₹6,000 – ₹12,000
শিক্ষাগত অৰ্হতা: ১২তম উত্তীৰ্ণ / Graduate


💰 আবেদন মাচুল

কোনো আবেদন মাচুল লাগিব নে— নাই।


Dr. Radhakrishnan School Recruitment — কেনেকৈ আবেদন কৰিব?

যোগ্য আৰু আগ্ৰহী প্ৰাৰ্থীয়ে তলত দিয়া মাধ্যমৰ জৰিয়তে আবেদন কৰিব পাৰে—

📧 ই-মেইল আবেদন

আপোনাৰ আপডেটেড CV পঠিয়াওক:
[email protected]

🏫 অফলাইন আবেদন

আপোনাৰ CV দাখিল কৰিব পাৰে—
Dr. Radhakrishnan School of Arts, Commerce & Science,
Amolapatty, Dibrugarh, Assam – 786001

🗓️ আবেদনৰ শেষ তাৰিখ:

০৫ মাৰ্চ, ২০২৬

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments