NFSU Non-Teaching Recruitment 2026 – 51টা পদ, Online Apply
National Forensic Sciences University এ ২০২৬ চনৰ বাবে ৫১টা নন-টিচিং প’ষ্টৰ বাবে নতুন নিয়োগ বিজ্ঞাপন প্ৰকাশ কৰিছে। গুৱাহাটীসহ ভাৰতৰ বিভিন্ন ক্যাম্পাছত পদ খালি আছে। গৃহ মন্ত্রালয়ৰ অধীনস্থ জাতীয় গুৰুত্বৰ প্ৰতিষ্ঠান হিচাপে NFSU-এ যোগ্য আৰু আগ্ৰহী ভাৰতীয় নাগৰিকৰ পৰা অনলাইন আবেদনৰ আহ্বান জনাইছে।
আবেদনৰ শেষ তাৰিখ — ২৩ মাৰ্চ, ২০২৬।
নোট: শেহতীয়া অসম চৰকাৰী আৰু কেন্দ্ৰীয় চৰকাৰী চাকৰিৰ আপডেটৰ বাবে নিয়মিত assamlive.info চাই থাকক। 👉 Join Our WhatsApp Channel
NFSU Non-Teaching Recruitment 2026 – প’ষ্টৰ বিৱৰণ
1. Section Officer
প’ষ্ট সংখ্যা: 12
বয়স সীমা: ২১ বছৰৰ নিচে নহ’ব, ৪০ বছৰৰ ওপৰিও নহ’ব।
2. Deputy Section Officer
প’ষ্ট সংখ্যা: 14
বয়স সীমা: ২১-৪০ বছৰৰ ভিতৰত।
3. Assistant
প’ষ্ট সংখ্যা: 25
বয়স সীমা: ২১-৩৫ বছৰৰ ভিতৰত।
NFSU Non-Teaching Recruitment – যোগ্যতাৰ মানদণ্ড
📘 শিক্ষাগত অৰ্হতা
প্ৰাৰ্থীয়ে—
-
যিকোনো স্বীকৃত কেন্দ্রীয়/ৰাজ্যীয় বিশ্ববিদ্যালয় বা Deemed University ৰ পৰা Bachelor Degree লাভ কৰিব লাগিব।
-
Academic record ভাল হ’ବ লাগিব।
-
হিন্দী আৰু ইংৰাজী ভাষাৰ জ্ঞান অধিকার কৰিব লাগিব।
-
কম্পিউটাৰ প্ৰফিচিয়েন্সি আবশ্যক।
🇮🇳 নাগৰিকতা
প্ৰাৰ্থীয়ে ভাৰতীয় নাগৰিক হ’ব লাগিব।
💰 আবেদন মাচুল
-
General/EWS/OBC: ₹500 + GST + Transaction Charges
-
SC/ST/PwBD/Women: মাচুলৰ পৰা ছাড়
(মাচুল একেবাৰে non-refundable)
NFSU Recruitment – কেনেকৈ আবেদন কৰিব?
অনলাইন আবেদন জমা দিবলৈ তলৰ পদক্ষেপসমূহ অনুসৰণ কৰক—
-
পৃষ্ঠাৰ তললৈ গৈ Important Web-Links অংশ চাওক।
-
Online Application Form লিঙ্কত ক্লিক কৰক।
-
এটা নতুন পেজ খুলিব।
-
আপোনাৰ ব্যক্তিগত, শিক্ষাগত আৰু অন্যান্য তথ্য ভৰ্তি কৰক।
-
Passport photo, signature আৰু অন্যান্য দস্তাবেজ আপলোড কৰক।
-
(যদি প্ৰযোজ্য হয়) আবেদন মাচুল পৰিশোধ কৰক।
-
Form Submit কৰি Print এটা লৈ ৰাখিব।
NFSU Recruitment 2026 – গুরুত্বপূর্ণ তাৰিখবোৰ
-
অনলাইন আবেদন আৰম্ভ: ২৩ ফেব্ৰুৱাৰী, ২০২৬
-
অনলাইন আবেদন শেষ: ২৩ মাৰ্চ, ২০২৬
📌 Important Web-Links
| 📖 Description | 🔗Link |
|---|---|
| 🖥️ Online Application Form | Click Here |
| 🔔 View Official Notification | Click Here |
| 🔗 Visit Official Website | Click Here |
| 👉 Join Our WhatsApp Group | Click Here |
FAQs – NFSU Recruitment 2026
1️⃣ অনলাইন আবেদন কেতিয়া আৰম্ভ হ’ব?
২৩ ফেব্ৰুৱাৰী, ২০২৬ৰ পৰা আবেদন আৰম্ভ হ’ব।
2️⃣ শেষ তাৰিখ কেতিয়া?
২৩ মাৰ্চ, ২০২৬ হৈছে শেষ তাৰিখ।
3️⃣ কিমান পদ খালি আছে?
মুঠ ৫১টা Non-Teaching পদ উপলব্ধ।

