India Post GDS Recruitment 2026 – 28,000+ Posts | Apply Online | Last Date 16 February 2026

By: Raju Pc

On: March 27, 2026

India Post GDS Recruitment 2026 – 28,000+ Posts | Apply Online | Last Date 16 February 2026
Job Details
Last Apply Date
16 Feb, 2026

India Post Gramin Dak Sevak (GDS) Recruitment 2026 – 28000+ পদৰ বাবে অনলাইন আবেদন | শেষ তাৰিখ 16 ফেব্ৰুৱাৰী

India Post, Department of Posts (Ministry of Communications), ভাৰত চৰকাৰে Gramin Dak Sevak (GDS) পদৰ বাবে 28000+ খালী পদ পূৰণৰ উদ্দেশ্যে এক বৃহৎ নিয়োগ বিজ্ঞপ্তি প্ৰকাশ কৰিছে। এই পদসমূহৰ ভিতৰত Branch Postmaster (BPM), Assistant Branch Postmaster (ABPM) আৰু Dak Sevak অন্তৰ্ভুক্ত।

যোগ্য প্ৰাৰ্থীয়ে অনলাইন আবেদন কৰিব পাৰে। তলত যোগ্যতা, বেতন, আবেদন ফি আৰু নিৰ্বাচন প্ৰক্ৰিয়াৰ সম্পূৰ্ণ তথ্য দিয়া হৈছে।

নোট: শেহতীয়া অসম চৰকাৰী আৰু কেন্দ্ৰীয় চৰকাৰী চাকৰিৰ আপডেটৰ বাবে নিয়মিত assamlive.info চাই থাকক। 👉 Join WhatsApp Group


📌 India Post নিয়োগ 2026 – সংক্ষিপ্ত তথ্য

পদৰ নাম: Gramin Dak Sevak (GDS)
পদৰ বিভাগ:

  • Branch Postmaster (BPM)
  • Assistant Branch Postmaster (ABPM)
  • Dak Sevak

মুঠ খালী পদ: 28000+
অসমত খালী পদ: 639
সংস্থা: India Post, ভাৰত চৰকাৰ
আবেদনৰ শেষ তাৰিখ: 16 ফেব্ৰুৱাৰী 2026


💰 বেতন / ভাতা

নিযুক্ত প্ৰাৰ্থীক Time Related Continuity Allowance (TRCA) অনুসৰি বেতন দিয়া হ’ব।

প্ৰাথমিক TRCA স্কেল:

  • BPM: ₹12,000 – ₹29,380
  • ABPM/Dak Sevak: ₹10,000 – ₹24,470

ইয়াৰ উপৰিও চৰকাৰী নিয়ম অনুসৰি Dearness Allowance প্ৰযোজ্য।


✅ যোগ্যতা মানদণ্ড

বয়স সীমা

আবেদনকাৰীৰ বয়স 18 ৰ পৰা 40 বছৰ হ’ব লাগিব।

বয়স ৰেহাই

  • SC/ST — 5 বছৰ
  • OBC — 3 বছৰ
  • PwBD (UR) — 10 বছৰ
  • PwBD (OBC) — 13 বছৰ
  • PwBD (SC/ST) — 15 বছৰ

শিক্ষাগত যোগ্যতা

  • স্বীকৃত বোর্ডৰ পৰা মেট্ৰিক (10ম শ্রেণী) উত্তীৰ্ণ
  • গণিত আৰু ইংৰাজী বিষয় বাধ্যতামূলক

স্থানীয় ভাষা

প্ৰাৰ্থীয়ে স্থানীয় ভাষা কমেও 10ম শ্রেণীলৈ পঢ়া থাকিব লাগিব।

অন্যান্য যোগ্যতা

  • কম্পিউটাৰৰ মৌলিক জ্ঞান
  • চাইকেল চলোৱাৰ জ্ঞান
  • জীৱিকাৰ উপযুক্ত ব্যৱস্থা

💳 আবেদন ফি

বিভাগফি
UR/OBC₹100
SC/STনাই
মহিলা/PwD/Transwomenনাই

পেমেন্ট পদ্ধতি: UPI / Net Banking / Debit / Credit Card


📝 কেনেকৈ আবেদন কৰিব

যোগ্য প্ৰাৰ্থীয়ে অনলাইন আবেদন কৰিবলৈ —

  1. India Postৰ অফিচিয়েল প’ৰ্টেল ভিজিট কৰক
  2. One-time registration সম্পূৰ্ণ কৰক
  3. লগইন কৰি ব্যক্তিগত আৰু শিক্ষাগত তথ্য পূৰণ কৰক
  4. ডকুমেন্ট আপলোড কৰক
  5. প্ৰযোজ্য ফি জমা কৰক
  6. ফৰ্ম সাবমিট কৰি প্ৰিণ্ট ৰাখক

📅 গুৰুত্বপূৰ্ণ তাৰিখ

  • Registration আৰম্ভ: 31 জানুৱাৰী 2026
  • Registration শেষ: 14 ফেব্ৰুৱাৰী 2026 (5 PM)
  • আবেদন আৰম্ভ: 2 ফেব্ৰুৱাৰী 2026
  • আবেদন শেষ: 16 ফেব্ৰুৱাৰী 2026 (5 PM)

🔍 নিৰ্বাচন প্ৰক্ৰিয়া

নির্বাচন সম্পূৰ্ণৰূপে মেধাৰ ভিত্তিত হ’ব।

ধাপসমূহ:

  • 10ম শ্রেণীৰ নম্বৰ ভিত্তিক মেধা তালিকা
  • ডকুমেন্ট যাচাই
  • চূড়ান্ত নিযুক্তি
  • বাধ্যতামূলক প্ৰশিক্ষণ

📌 Important Web-Links

DescriptionLink
Online Application FormClick Here
Advertisement DetailsClick Here
Circle Wise VacancyClick Here
Official WebsiteClick Here

❓ সঘনাই সোধা প্ৰশ্ন (FAQs)

প্ৰশ্ন: মুঠ কিমান খালী পদ আছে?
👉 28000+ পদ।

প্ৰশ্ন: আবেদন কেতিয়া আৰম্ভ হ’ব?
👉 2 ফেব্ৰুৱাৰী 2026।

প্ৰশ্ন: আবেদন শেষ তাৰিখ কেতিয়া?
👉 16 ফেব্ৰুৱাৰী 2026।

Raju Pc

WorkAssam Team provides verified updates on Assam jobs, exams, results, and career opportunities for students and job seekers.

Join WhatsApp

Join Now

Youtube Channel

Subscribe

Home WhatsApp Youtube Jobs