APSC Admit Card 2026 – Grade IV Interview Call Letter

0
6

APSC Admit Card 2026 – Grade IV Interview Call Letter ডাউনলোড কৰক

Assam Public Service Commission এ ২০টা Grade IV পদৰ নিয়োগ সম্পৰ্কে Interview/Viva-voce পৰীক্ষাৰ তথ্য প্ৰকাশ কৰিছে। যিসকল প্ৰাৰ্থী Phase-I OMR ভিত্তিক Screening Test উত্তীৰ্ণ হৈছে, তেওঁলোকে ১০ৰ পৰা ১৮ মাৰ্চ ২০২৬ লৈ হব লগা Interview ৰ বাবে উপস্থিত হব লাগিব।

নোট: শেহতীয়া অসম চৰকাৰী আৰু কেন্দ্ৰীয় চৰকাৰী চাকৰিৰ আপডেটৰ বাবে নিয়মিত assamlive.info চাই থাকক। 

👉 Join WhatsApp Group

APSC Grade IV Admit Card 2026 ৫ মাৰ্চ ২০২৬ পৰা ডাউনলোডৰ বাবে উপলব্ধ হ’ব।


APSC Admit Card 2026 – মূল তথ্য

  • পদৰ নাম: Grade IV
  • মুঠ খালী পদ: ২০টা
  • বিভাগ: Assam Public Service Commission
  • বিজ্ঞাপন নম্বৰ: Advt. No. 30/2025
  • পৰীক্ষাৰ ধৰণ: Interview / Viva-voce
  • ইন্টাৰভিউ তাৰিখ: ১০–১৮ মাৰ্চ ২০২৬
  • সময়: পুৱা ৯ বজাৰ পৰা
  • Admit Card উপলব্ধ হব: ৫ মাৰ্চ ২০২৬
  • Screening Test Result প্ৰকাশ: ২০ ফেব্ৰুৱাৰী ২০২৬

APSC Admit Card কেনেকৈ ডাউনলোড কৰিব?

যিসকল প্ৰাৰ্থীয়ে Online আবেদন কৰি Screening Test উত্তীৰ্ণ হৈছে, তেওঁলোকে তলত দিয়া ধাপসমূহ অনুসৰণ কৰি Admit Card ডাউনলোড কৰিব লাগিব—

  1. চৰকাকৈ Important Web-Links অংশলৈ যাওক।
  2. Download Admit Card লিংকটোত ক্লিক কৰক।
  3. আপোনাৰ Application ID বা Roll Number আৰু Date of Birth প্ৰবিষ্ট কৰক।
  4. View E-Admission Certificate বুটাম টিপক।
  5. আপোনাৰ Admit Card স্ক্ৰীণত দেখুওৱা হব।
  6. Print আউট লৈ Interview ত লৈ যোৱাৰ বাবে ৰাখক।

APSC Admit Card — Important Web-Links

বিৱৰণলিংক
Admit Card Download05/03/2026
List of CandidatesClick Here
Interview Notice (Grade IV)Click Here
Grade IV SyllabusClick Here
Advertisement DetailsClick Here
Official WebsiteClick Here

LEAVE A REPLY

Please enter your comment!
Please enter your name here