State Eligibility Test (SET) 2026 – Download Admit Card

0
3

স্টেট এলিজিবিলিটি টেষ্ট (SET) ২০২৬ – এডমিট কাৰ্ড ডাউনল’ড কৰক

উত্তৰ পূব ভারতের আটাইটো সদস্য ৰাজ্যৰ বাবে সহকাৰী অধ্যাপক (Assistant Professor) পদৰ যোগ্যতা নিৰ্ধাৰণৰ বাবে SET 2026 পৰীক্ষা অনুষ্ঠিত কৰে SLET Commission Assam (NE Region)-এ। ই University Grants Commission (UGC)–ৰ অন্তৰ্গত NET পৰীক্ষাৰ ৰাজ্যিক সমান্তৰৰূপে বিবেচনা কৰা হয়।

সদস্য ৰাজ্যসমূহ—অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, সিকিম আৰু ত্ৰিপুৰাত এই পৰীক্ষা অনুষ্ঠিত হয়।

সংস্থাটোৱে ইতিমধ্যে SET 2026–ৰ চৰকাৰী বিজ্ঞপ্তি প্ৰকাশ কৰিছে আৰু যোগ্য প্ৰাৰ্থীয়ে অনলাইনে আবেদন কৰিব পাৰে।


SET 2026 – পৰীক্ষাৰ মুখ্য তথ্য

পৰীক্ষাৰ নাম: State Eligibility Test (SET) 2026
আয়োজক সংস্থা: SLET Commission Assam (NE Region)
উদ্দেশ্য: সহকাৰী অধ্যাপক পদৰ বাবে যোগ্যতা নিৰ্ধাৰণ
পৰীক্ষাৰ ধৰণ: ৰাজ্যিক পৰীক্ষা
ম’ড: অফলাইন (OMR ভিত্তিক)
পৰীক্ষাৰ তাৰিখ: ১৫ মাৰ্চ ২০২৬ (দেওবাৰ)
প্ৰশ্ন–পত্ৰ: ২ টা
মুঠ প্ৰশ্ন: ১৫০ (৫০ + ১০০)
মুঠ নম্বৰ: ৩০০
সময়সীমা: ৩ ঘণ্টা
নেগেটিভ মাৰ্কিং: নাই
অফিচিয়েল ৱেবছাইট: www.sletne.org


SET 2026 – যোগ্যতা মানদণ্ড

বয়স সীমা

SET পৰীক্ষাত অংশ লোৱাৰ ক্ষেত্ৰত কোনো বয়স সীমা নাই

শিক্ষাগত যোগ্যতা

  • General/UR/EWS: মাস্টাৰ ডিগ্ৰীত কমেও ৫৫% নম্বর (rounding off নকৰে)।
  • SC/ST/OBC-NCL/PwD: মাস্টাৰ ডিগ্ৰীত ৫০% নম্বর।
  • যি প্ৰাৰ্থীয়ে Final Year পৰীক্ষা দিছে বা ফলাফল অপেক্ষাৰত, তেওলোকেহে আবেদন কৰিব পাৰে।

আবেদন মাচুল

শ্ৰেণীমাচুল
UR₹1300/-
OBC-NCL₹1150/-
EWS₹1150/-
SC/ST₹1100/-
PwD₹900/-

অনলাইনে আবেদন কৰিব লগা ধাপসমূহ

  1. অফিচিয়েল SLET প’ৰ্টেল খুলক।
  2. Important Web-Links চেকচনলৈ যাওক।
  3. Online Application Form–ত ক্লিক কৰি ৰজিষ্ট্ৰেষণ কৰক।
  4. লগ–ইন কৰি ব্যক্তিগত ও শিক্ষাগত তথ্য ভৰাওক।
  5. আৱশ্যক নথি–পত্ৰসমূহ আপল’ড কৰক।
  6. শ্ৰেণী অনুসৰি আবেদন মাচুল পৰিশোধ কৰক।
  7. Form Submit কৰি Print Out লৈ ৰাখক।

গুরুত্বপূর্ণ তাৰিখসমূহ

  • অনলাইন আবেদন আৰম্ভ: ২১ নৱেম্বৰ ২০২৫
  • আবেদন শেষ: ৫ জানুৱাৰী ২০২৬
  • এডমিট কাৰ্ড উপলব্ধ: ১৭ ফেব্ৰুৱাৰী ২০২৬
  • পৰীক্ষাৰ তাৰিখ: ১৫ মাৰ্চ ২০২৬
  • ফলাফল: পাছত জনোৱা হ’ব

SET 2026 – পৰীক্ষাৰ ধৰণ

SET–ত দুটি Objective Paper থাকিব—

Paper–I

  • সাধাৰণ জ্ঞান, যুক্তি শক্তি, চিন্তা–ধাৰা, Teaching/Research Aptitude
  • ৫০টা প্ৰশ্ন, ১০০ নম্বৰ
  • সময়: ১০:০০ এএম – ১১:০০ এএম

Paper–II

  • বিষয়ভিত্তিক MCQ
  • ১০০টা প্ৰশ্ন, ২০০ নম্বৰ
  • সময়: ১১:৩০ এএম – ১:৩০ পিএম
  • নেগেটিভ মাৰ্কিং নাই

PwD আৰু দৃষ্টি–প্ৰতিবন্ধী প্ৰাৰ্থীয়ে ২০ মিনিট অধিক সময় লাভ কৰিব।


SET পৰীক্ষাৰ চেন্টাৰসমূহ

চেন্টাৰক’ড
Gauhati University01
Dibrugarh University02
Tezpur University03
Assam University04
Manipur University05
Rajiv Gandhi Central University06
Tripura University07
Nar Bahadur Bhandari Degree College, Sikkim08
Mizoram University09
North-Eastern Hill University10
Nagaland University11

Important Web-Links for State Eligibility Test (SET) 2026

Download Admit Card – Click Here
Online Application Form – Register | Login
SET 2026 Notification – Click Here
Information Brochure – Click Here
Download Attestation Form – Click Here
SLET Syllabus – Click Here
Official Website – Click Here

FAQ – SET 2026

১. SLET 2026–ৰ অনলাইন আবেদন কেতিয়া আৰম্ভ হ’ব?
২১ নৱেম্বৰ ২০২৫।

২. আবেদন শেষ হোৱাৰ তাৰিখ কেতিয়া?
৫ জানুৱাৰী ২০২৬।

৩. SLET পৰীক্ষাত বয়সৰ কোনো সীমা আছে নে?
নাই, বয়স সীমা নাই

LEAVE A REPLY

Please enter your comment!
Please enter your name here