Assam Government Holiday List 2026 – PDF Download | Full Official Holiday List

By: Raju Pc

On: March 27, 2026

Assam Government Holiday List 2026 – PDF Download | Full Official Holiday List
Job Details
Last Apply Date
01 Mar, 2026

Assam Government Holiday List 2026 – অসম চৰকাৰৰ ছুটিৰ তালিকা PDF Download

Assam Government Holiday List 2026

প্ৰতি বছৰে Government of Assam-এ ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহৰ বাবে অফিচিয়েল ছুটিৰ তালিকা প্ৰকাশ কৰে। এই বছৰো General Administration Department (GAD), Government of Assam-এ ২০২৬ বৰ্ষৰ বাবে অসম চৰকাৰৰ অফিচিয়েল ছুটিৰ তালিকা প্ৰকাশ কৰিছে।

এই তালিকাখন File No. 221561/440, তাৰিখ ১৭ নৱেম্বৰ ২০২৫, Dispur ৰে প্ৰকাশ কৰা হৈছে। এই তালিকাত উল্লেখ থকা দিনবোৰত অসম চৰকাৰৰ অধীনত থকা সকলো চৰকাৰী কাৰ্যালয়, বিদ্যালয়, কলেজ আৰু আন প্ৰতিষ্ঠান বন্ধ থাকিব।

অসমবাসীসকলে এই পৃষ্ঠাত ২০২৬ বৰ্ষৰ সম্পূৰ্ণ চৰকাৰী ছুটিৰ তালিকা চাব পাৰে আৰু অফিচিয়েল PDF ফাইলো ডাউনলোড কৰিব পাৰে।


Assam Govt Holiday List 2026 Details

  • তালিকাৰ নাম: Assam Government Holiday List
  • বৰ্ষ: ২০২৬
  • প্ৰকাশ কৰা বিভাগ: General Administration Department (GAD), Government of Assam
  • চৰকাৰ: Government of Assam
  • মুঠ ছুটি: ৩৫ টা (Full Day Holiday)
  • প্ৰকাশ তাৰিখ: ১৭ নৱেম্বৰ ২০২৫
  • ফাইল ফৰ্মেট: PDF (307 KB)

Related Article: SEBA HSLC Exam Routine 2026


অসম চৰকাৰৰ অফিচিয়েল ছুটিৰ তালিকা ২০২৬

তাৰিখদিনউৎসৱ / অনুষ্ঠান
১৪ জানুৱাৰীবুধবাৰমাঘ বিহু আৰু টুসু পূজা
১৫ জানুৱাৰীবৃহস্পতিবাৰমাঘ বিহু আৰু টুসু পূজা
২৩ জানুৱাৰীশুক্ৰবাৰনেতাজীৰ জন্মদিন
২৬ জানুৱাৰীসোমবাৰগণতন্ত্ৰ দিৱস
২৭ জানুৱাৰীমঙলবাৰGwthar Bathou San
৩১ জানুৱাৰীশনিবাৰMe-Dam-Me-Phi
১ ফেব্ৰুৱাৰীদেওবাৰBir Chilaray Divas
৩ মাৰ্চমঙলবাৰDol Jatra
২১ মাৰ্চশনিবাৰId-Ul-Fitre
৩ এপ্ৰিলশুক্ৰবাৰGood Friday
১৪ এপ্ৰিলমঙলবাৰবহাগ বিহু
১৫ এপ্ৰিলবুধবাৰবহাগ বিহু
১৬ এপ্ৰিলবৃহস্পতিবাৰবহাগ বিহু
১৮ এপ্ৰিলশনিবাৰDamodar Deva তিথি
২১ এপ্ৰিলমঙলবাৰSati Sadhini Divas
১ মেশুক্ৰবাৰমে’ দিৱস আৰু বুদ্ধ পূৰ্ণিমা
২৭ মেবুধবাৰId-ul-Zuha
১ জুনসোমবাৰSri Sri Madhabdeva জন্মোৎসৱ
১৫ আগষ্টশনিবাৰস্বাধীনতা দিৱস
১ ছেপ্টেম্বৰমঙলবাৰSri Sri Madhabdeva Tirubhav Tithi
৪ ছেপ্টেম্বৰশুক্ৰবাৰজন্মাষ্টমী
১২ ছেপ্টেম্বৰশনিবাৰSrimanta Sankardeva Tirubhav Tithi
২১ ছেপ্টেম্বৰসোমবাৰSrimanta Sankardeva Janmotsav
২২ ছেপ্টেম্বৰমঙলবাৰKaram Puja
২ অক্টোবৰশুক্ৰবাৰমহাত্মা গান্ধীৰ জন্মদিন
১৮ অক্টোবৰদেওবাৰকাতি বিহু আৰু দূৰ্গা পূজা
১৯ অক্টোবৰসোমবাৰদূৰ্গা পূজা আৰু বিজয়া দশমী
২০ অক্টোবৰমঙলবাৰদূৰ্গা পূজা আৰু বিজয়া দশমী
২১ অক্টোবৰবুধবাৰদূৰ্গা পূজা আৰু বিজয়া দশমী
৮ নৱেম্বৰদেওবাৰকালী পূজা আৰু দিৱালী
১১ নৱেম্বৰবুধবাৰভাতৃ দ্বিতীয়া
১৫ নৱেম্বৰদেওবাৰছঠ পূজা
২৪ নৱেম্বৰমঙলবাৰGuru Nanak জন্মদিন আৰু Lachit Divas
২ ডিচেম্বৰমঙলবাৰঅসম দিৱস (Su-Ka-Pha Divas)
২৫ ডিচেম্বৰশুক্ৰবাৰChristmas Day

গুরুত্বপূর্ণ নোট:
এই ছুটিসমূহ শিক্ষানুষ্ঠানসমূহত স্বয়ংক্রিয়ভাবে প্ৰযোজ্য নহয়। বিদ্যালয়, মেডিকেল বা ইঞ্জিনিয়াৰিং কলেজসমূহে নিজৰ Academic Calendar অনুসৰি ছুটিৰ সংখ্যা কমাই ল’ব পাৰে।


Restricted Holiday List 2026

অসম চৰকাৰৰ কৰ্মচাৰীসকলে তলত দিয়া Restricted Holiday তালিকাৰ পৰা ২ দিন ছুটি ল’ব পাৰে।

কিছুমান গুৰুত্বপূর্ণ Restricted Holiday হ’ল—

  • New Year’s Day
  • Uruka of Magh Bihu
  • Silpi Divas
  • Shab-E-Barat
  • Maha Shivaratri
  • Ali Aye Ligang
  • Mahabir Jayanti
  • Easter Saturday
  • Baikhowa Festival
  • Hul Divas
  • Naukhai Festival
  • Wangala Festival
  • Christmas Eve

(সম্পূৰ্ণ তালিকা অফিচিয়েল PDFত উপলব্ধ)


Assam Government Holiday List 2026 PDF কেনেকৈ Download কৰিব

১) তলত থকা Important Web-Links অংশলৈ যাওক।
২) Holiday List 2026 লিংকত ক্লিক কৰক।
৩) আপোনাৰ ডিভাইচত PDF ফাইল Download হব।
৪) PDF Reader ব্যৱহাৰ কৰি ফাইলটো খোলক।
৫) ভবিষ্যতৰ বাবে আপুনি Print লৈও ৰাখিব পাৰে।


Important Web-Links

Holiday List 2026: Click Here
Official Website: Click Here

Raju Pc

WorkAssam Team provides verified updates on Assam jobs, exams, results, and career opportunities for students and job seekers.

Join WhatsApp

Join Now

Youtube Channel

Subscribe

Home WhatsApp Youtube Jobs