🔥 Land Records Assistant (LRA) নিয়োগ ২০২৬ – ৫৫২টা পদ | অনলাইন আবেদন কৰক
By RAJU PC
Published on: 28 March 2026
অসমৰ Directorate of Land Records & Surveys এ Land Records Assistant (LRA) পদৰ বাবে নতুন নিয়োগ বিজ্ঞাপন প্ৰকাশ কৰিছে। এই নিয়োগৰ জৰিয়তে মুঠ ৫৫২টা পদ পূৰণ কৰা হ’ব। যিসকল প্ৰাৰ্থীয়ে RCCC Training সম্পূৰ্ণ কৰিছে, তেওঁলোকে অনলাইনযোগে আবেদন কৰিব পাৰে।
অসম চৰকাৰী চাকৰি বিচৰা প্ৰাৰ্থীৰ বাবে এইটো এটা উৎকৃষ্ট সুযোগ।
📌 চাকৰিৰ সংক্ষিপ্ত তথ্য
| বিৱৰণ | তথ্য |
|---|---|
| পদৰ নাম | Land Records Assistant (LRA) |
| মুঠ পদ | ৫৫২টা |
| সংস্থা | Directorate of Land Records & Surveys, Assam |
| কৰ্মস্থল | অসম |
| আবেদন পদ্ধতি | অনলাইন |
| শেষ তাৰিখ | ৩০ এপ্ৰিল ২০২৬ |
💰 বেতন বিৱৰণ
- Pay Scale: ₹১৪,০০০ – ₹৭০,০০০
- Grade Pay: ₹৬,২০০
👉 ইয়াৰ লগতে চৰকাৰী নিয়ম অনুসৰি অন্যান্য ভাট্টা দিয়া হ’ব।
🎯 বয়স সীমা
- নূন্যতম বয়স: ২১ বছৰ
- সৰ্বোচ্চ বয়স: ৪০ বছৰ
✔ বয়স গণনা কৰা হ’ব ১ জানুৱাৰী ২০২৫ তাৰিখ অনুসৰি
✔ সংৰক্ষিত শ্ৰেণীৰ বাবে বয়স ৰেহাই থাকিব
🎓 শিক্ষাগত যোগ্যতা
প্ৰাৰ্থীয়ে তলত দিয়া যোগ্যতা পূৰণ কৰিব লাগিবঃ
- HSLC / ১০ম শ্ৰেণী উত্তীৰ্ণ
- RCCC (Recorder Certificate Class Course) সম্পূৰ্ণ কৰা থাকিব লাগিব
- কম্পিউটাৰৰ মৌলিক জ্ঞান থাকিব লাগিব
- অসমীয়া বা বঙালী ভাষাত ৩০ শব্দ/মিনিট টাইপিং গতি থাকিব লাগিব
📊 বিভাগভিত্তিক পদ
Category-wise পদৰ বিৱৰণ পিছত প্ৰকাশ কৰা হ’ব চৰকাৰী নিয়ম অনুসৰি।
📝 নিৰ্বাচন প্ৰক্ৰিয়া
নিৰ্বাচন তলৰ ধাপসমূহৰ জৰিয়তে কৰা হ’বঃ
- লিখিত পৰীক্ষা
- কম্পিউটাৰ স্কিল টেষ্ট
📚 লিখিত পৰীক্ষাৰ বিৱৰণ
| বিষয় | নম্বৰ |
|---|---|
| গণিত (Class 10 স্তৰ) | ১০ |
| Conventional Survey | ৫০ |
| Modern Survey | ২০ |
| মুঠ | ৮০ নম্বৰ |
✔ প্ৰশ্নৰ ধৰণ: MCQ
✔ Negative Marking: প্ৰতিটো ভুল উত্তৰত ০.২৫ নম্বৰ কটা যাব
💻 স্কিল টেষ্ট বিৱৰণ
| পৰীক্ষা | নম্বৰ |
|---|---|
| Computer Proficiency Test | ২০ |
👉 ইয়াত পৰীক্ষা কৰা হ’বঃ
- Unicode Typing (অসমীয়া/বঙালী)
- কম্পিউটাৰৰ মৌলিক জ্ঞান
- Data Entry
- Document Formatting
- File Handling & Printing
✔ মূল নথি লগত আনিব লাগিব
📉 নূন্যতম উত্তীৰ্ণ নম্বৰ
| শ্ৰেণী | লিখিত | স্কিল টেষ্ট |
|---|---|---|
| UR | ৩২ | ৮ |
| OBC / MOBC / SC / ST / PwD | ২৪ | ৬ |
📅 গুৰুত্বপূর্ণ তাৰিখ
- আবেদন আৰম্ভ: ১৫ মার্চ ২০২৬
- শেষ তাৰিখ: ৩০ এপ্ৰিল ২০২৬ (৫ বজালৈ)
📄 প্ৰয়োজনীয় নথি
আবেদন কৰাৰ সময়ত তলৰ নথিসমূহ আপলোড কৰিব লাগিবঃ
- Application form print copy
- HSLC admit card / certificate
- Marksheet আৰু certificate
- RCCC certificate
- Caste certificate (যদি প্ৰযোজ্য)
- PwD certificate (যদি প্ৰযোজ্য)
- Small Family Declaration (Form-A)
- Mobile number আৰু Email ID
- Government employee হলে NOC
- অন্যান্য সহায়ক নথি
📝 আবেদন কৰাৰ পদ্ধতি
- Important Links section লৈ যাওক
- Online Application Form ত ক্লিক কৰক
- Registration সম্পূৰ্ণ কৰক
- Login কৰি form পূৰণ কৰক
- প্ৰয়োজনীয় নথি আপলোড কৰক
- Submit কৰক
- Print লৈ ৰাখক
🔗 গুৰুত্বপূর্ণ লিংক
| বিৱৰণ | লিংক |
|---|---|
| Online Application Form | ১৫ মার্চ ২০২৬ ৰ পৰা |
| Advertisement Details | Click Here |
| WhatsApp Channel | Click Here |
| Official Website | Click Here |
❓ FAQs
Q1. আবেদন আৰম্ভ কেতিয়া?
👉 ১৫ মার্চ ২০২৬
Q2. আবেদন শেষ তাৰিখ কেতিয়া?
👉 ৩০ এপ্ৰিল ২০২৬
Q3. নূন্যতম শিক্ষাগত যোগ্যতা কি?
👉 HSLC Pass + RCCC Certificate
📢 গুৰুত্বপূর্ণ জাননী
অসম চৰকাৰী চাকৰি, কেন্দ্ৰীয় চৰকাৰী চাকৰি, Admit Card আৰু Result ৰ নতুন আপডেট পাবলৈ নিয়মিতভাৱে আপোনাৰ website ভিজিট কৰক।





