Punjab & Sind Bank Recruitment 2026 – ১০০০টা LBO পোষ্ট, অনলাইন আবেদন আৰু সম্পূৰ্ণ তথ্য

By: Raju Pc

On: April 2, 2026

Punjab and Sind Bank Recruitment 2026 thumbnail showing 1000 LBO posts apply online eligibility experience details
Job Details
Punjab & Sind Bank Recruitment 2026 announced for 1000 Local Bank Officer posts. Apply online, check eligibility, age limit, experience, salary and full details here.
Last Apply Date
20 Apr, 2026

Punjab & Sind Bank Recruitment 2026 – ১০০০টা Local Bank Officer (LBO) পোষ্ট, অনলাইন আবেদন কৰক

Punjab & Sind Bank এ ২০২৬ চনৰ বাবে Local Bank Officer (LBO) পোষ্টত মুঠ ১০০০টা খালী পদৰ বাবে অফিচিয়েল বিজ্ঞাপন প্ৰকাশ কৰিছে। যোগ্য প্ৰাৰ্থীয়ে অনলাইনযোগে আবেদন কৰিব পাৰে।


📌 Punjab & Sind Bank Recruitment 2026 – মূল তথ্য

  • পোষ্টৰ নাম: Local Bank Officer (LBO)
  • মুঠ পোষ্ট: ১০০০টা
  • সংগঠন: Punjab & Sind Bank
  • চাকৰিৰ ধৰণ: চৰকাৰী বেংক চাকৰি
  • চাকৰিৰ স্থান: সমগ্ৰ ভাৰত
  • অসমত পদ: ৫০টা
  • আবেদন পদ্ধতি: অনলাইন

📊 কেটেগৰি অনুসৰি খালী পদ

  • SC: ১৪৫
  • ST: ৬৮
  • OBC: ২৬৪
  • EWS: ৯৮
  • UR: ৪২৫

🎓 শিক্ষাগত যোগ্যতা

  • যিকোনো শাখাত Graduation (Degree)
  • স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা হ’ব লাগিব

💼 অভিজ্ঞতা

  • কমেও ১৮ মাহৰ অভিজ্ঞতা লাগিব
  • Officer হিচাপে কাম কৰা হ’ব লাগিব:
    • Scheduled Commercial Bank অথবা
    • Regional Rural Bank (RRB)

🎯 বয়স সীমা

  • ন্যূনতম: ২০ বছৰ
  • সৰ্বাধিক: ৩০ বছৰ
  • জন্ম তাৰিখ: ০২ মাৰ্চ ১৯৯৬ – ০১ মাৰ্চ ২০০৬

বয়সৰ ছাড়

  • OBC: ৩ বছৰ
  • SC/ST: ৫ বছৰ
  • PwBD: ১০ বছৰ

💰 আবেদন মাচুল

  • SC/ST/PWD: ₹১০০ + Taxes
  • General/OBC/EWS: ₹৮৫০ + Taxes

⚙️ চয়ন প্ৰক্ৰিয়া

চয়ন প্ৰক্ৰিয়া অন্তৰ্ভুক্ত:

  1. লিখিত পৰীক্ষা
  2. Screening
  3. Personal Interview
  4. Local Language Test
  5. Final Merit List

📝 পৰীক্ষাৰ ধৰণ (Written Test)

বিষয়প্ৰশ্ননম্বৰসময়
English Language৩০৩০৩০ মিনিট
Banking Knowledge৪০৪০৪০ মিনিট
General Awareness৩০৩০৩০ মিনিট
Computer Aptitude২০২০২০ মিনিট
মুঠ১২০১২০১২০ মিনিট

📝 কেনেকৈ আবেদন কৰিব

১) Punjab & Sind Bank ৰ অফিচিয়েল ৱেবছাইটত যাওক
২) “Online Application Form” ত ক্লিক কৰক
৩) সকলো তথ্য পূৰণ কৰক
৪) ডকুমেন্ট আপলোড কৰক
৫) মাচুল পৰিশোধ কৰক
৬) Submit কৰি প্ৰিন্ট লওক


📅 গুরুত্বপূর্ণ তাৰিখসমূহ

  • আবেদন আৰম্ভ: ৩১ মাৰ্চ ২০২৬
  • শেষ তাৰিখ: ২০ এপ্ৰিল ২০২৬

🔗 গুরুত্বপূর্ণ লিংকসমূহ

বিষয়লিংক
Online Application FormClick Here
Advertisement DetailsClick Here
Official WebsitePunjab & Sind Bank

FAQs (প্ৰশ্নোত্তৰ)

✅ আবেদন কেতিয়া আৰম্ভ হ’ব?

➡️ ৩১ মাৰ্চ ২০২৬

✅ শেষ তাৰিখ কেতিয়া?

➡️ ২০ এপ্ৰিল ২০২৬

✅ মুঠ কিমান পদ আছে?

➡️ ১০০০টা

Raju Pc

WorkAssam Team provides verified updates on Assam jobs, exams, results, and career opportunities for students and job seekers.

Join WhatsApp

Join Now

Youtube Channel

Subscribe

Leave a Comment

Home WhatsApp Youtube Jobs