Assam Government Holiday List 2026 – অসম চৰকাৰৰ ছুটিৰ তালিকা PDF Download
Assam Government Holiday List 2026
প্ৰতি বছৰে Government of Assam-এ ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহৰ বাবে অফিচিয়েল ছুটিৰ তালিকা প্ৰকাশ কৰে। এই বছৰো General Administration Department (GAD), Government of Assam-এ ২০২৬ বৰ্ষৰ বাবে অসম চৰকাৰৰ অফিচিয়েল ছুটিৰ তালিকা প্ৰকাশ কৰিছে।
এই তালিকাখন File No. 221561/440, তাৰিখ ১৭ নৱেম্বৰ ২০২৫, Dispur ৰে প্ৰকাশ কৰা হৈছে। এই তালিকাত উল্লেখ থকা দিনবোৰত অসম চৰকাৰৰ অধীনত থকা সকলো চৰকাৰী কাৰ্যালয়, বিদ্যালয়, কলেজ আৰু আন প্ৰতিষ্ঠান বন্ধ থাকিব।
অসমবাসীসকলে এই পৃষ্ঠাত ২০২৬ বৰ্ষৰ সম্পূৰ্ণ চৰকাৰী ছুটিৰ তালিকা চাব পাৰে আৰু অফিচিয়েল PDF ফাইলো ডাউনলোড কৰিব পাৰে।
Assam Govt Holiday List 2026 Details
-
তালিকাৰ নাম: Assam Government Holiday List
-
বৰ্ষ: ২০২৬
-
প্ৰকাশ কৰা বিভাগ: General Administration Department (GAD), Government of Assam
-
চৰকাৰ: Government of Assam
-
মুঠ ছুটি: ৩৫ টা (Full Day Holiday)
-
প্ৰকাশ তাৰিখ: ১৭ নৱেম্বৰ ২০২৫
-
ফাইল ফৰ্মেট: PDF (307 KB)
Related Article: SEBA HSLC Exam Routine 2026
অসম চৰকাৰৰ অফিচিয়েল ছুটিৰ তালিকা ২০২৬
| তাৰিখ | দিন | উৎসৱ / অনুষ্ঠান |
|---|---|---|
| ১৪ জানুৱাৰী | বুধবাৰ | মাঘ বিহু আৰু টুসু পূজা |
| ১৫ জানুৱাৰী | বৃহস্পতিবাৰ | মাঘ বিহু আৰু টুসু পূজা |
| ২৩ জানুৱাৰী | শুক্ৰবাৰ | নেতাজীৰ জন্মদিন |
| ২৬ জানুৱাৰী | সোমবাৰ | গণতন্ত্ৰ দিৱস |
| ২৭ জানুৱাৰী | মঙলবাৰ | Gwthar Bathou San |
| ৩১ জানুৱাৰী | শনিবাৰ | Me-Dam-Me-Phi |
| ১ ফেব্ৰুৱাৰী | দেওবাৰ | Bir Chilaray Divas |
| ৩ মাৰ্চ | মঙলবাৰ | Dol Jatra |
| ২১ মাৰ্চ | শনিবাৰ | Id-Ul-Fitre |
| ৩ এপ্ৰিল | শুক্ৰবাৰ | Good Friday |
| ১৪ এপ্ৰিল | মঙলবাৰ | বহাগ বিহু |
| ১৫ এপ্ৰিল | বুধবাৰ | বহাগ বিহু |
| ১৬ এপ্ৰিল | বৃহস্পতিবাৰ | বহাগ বিহু |
| ১৮ এপ্ৰিল | শনিবাৰ | Damodar Deva তিথি |
| ২১ এপ্ৰিল | মঙলবাৰ | Sati Sadhini Divas |
| ১ মে | শুক্ৰবাৰ | মে’ দিৱস আৰু বুদ্ধ পূৰ্ণিমা |
| ২৭ মে | বুধবাৰ | Id-ul-Zuha |
| ১ জুন | সোমবাৰ | Sri Sri Madhabdeva জন্মোৎসৱ |
| ১৫ আগষ্ট | শনিবাৰ | স্বাধীনতা দিৱস |
| ১ ছেপ্টেম্বৰ | মঙলবাৰ | Sri Sri Madhabdeva Tirubhav Tithi |
| ৪ ছেপ্টেম্বৰ | শুক্ৰবাৰ | জন্মাষ্টমী |
| ১২ ছেপ্টেম্বৰ | শনিবাৰ | Srimanta Sankardeva Tirubhav Tithi |
| ২১ ছেপ্টেম্বৰ | সোমবাৰ | Srimanta Sankardeva Janmotsav |
| ২২ ছেপ্টেম্বৰ | মঙলবাৰ | Karam Puja |
| ২ অক্টোবৰ | শুক্ৰবাৰ | মহাত্মা গান্ধীৰ জন্মদিন |
| ১৮ অক্টোবৰ | দেওবাৰ | কাতি বিহু আৰু দূৰ্গা পূজা |
| ১৯ অক্টোবৰ | সোমবাৰ | দূৰ্গা পূজা আৰু বিজয়া দশমী |
| ২০ অক্টোবৰ | মঙলবাৰ | দূৰ্গা পূজা আৰু বিজয়া দশমী |
| ২১ অক্টোবৰ | বুধবাৰ | দূৰ্গা পূজা আৰু বিজয়া দশমী |
| ৮ নৱেম্বৰ | দেওবাৰ | কালী পূজা আৰু দিৱালী |
| ১১ নৱেম্বৰ | বুধবাৰ | ভাতৃ দ্বিতীয়া |
| ১৫ নৱেম্বৰ | দেওবাৰ | ছঠ পূজা |
| ২৪ নৱেম্বৰ | মঙলবাৰ | Guru Nanak জন্মদিন আৰু Lachit Divas |
| ২ ডিচেম্বৰ | মঙলবাৰ | অসম দিৱস (Su-Ka-Pha Divas) |
| ২৫ ডিচেম্বৰ | শুক্ৰবাৰ | Christmas Day |
গুরুত্বপূর্ণ নোট:
এই ছুটিসমূহ শিক্ষানুষ্ঠানসমূহত স্বয়ংক্রিয়ভাবে প্ৰযোজ্য নহয়। বিদ্যালয়, মেডিকেল বা ইঞ্জিনিয়াৰিং কলেজসমূহে নিজৰ Academic Calendar অনুসৰি ছুটিৰ সংখ্যা কমাই ল’ব পাৰে।
Restricted Holiday List 2026
অসম চৰকাৰৰ কৰ্মচাৰীসকলে তলত দিয়া Restricted Holiday তালিকাৰ পৰা ২ দিন ছুটি ল’ব পাৰে।
কিছুমান গুৰুত্বপূর্ণ Restricted Holiday হ’ল—
-
New Year’s Day
-
Uruka of Magh Bihu
-
Silpi Divas
-
Shab-E-Barat
-
Maha Shivaratri
-
Ali Aye Ligang
-
Mahabir Jayanti
-
Easter Saturday
-
Baikhowa Festival
-
Hul Divas
-
Naukhai Festival
-
Wangala Festival
-
Christmas Eve
(সম্পূৰ্ণ তালিকা অফিচিয়েল PDFত উপলব্ধ)
Assam Government Holiday List 2026 PDF কেনেকৈ Download কৰিব
১) তলত থকা Important Web-Links অংশলৈ যাওক।
২) Holiday List 2026 লিংকত ক্লিক কৰক।
৩) আপোনাৰ ডিভাইচত PDF ফাইল Download হব।
৪) PDF Reader ব্যৱহাৰ কৰি ফাইলটো খোলক।
৫) ভবিষ্যতৰ বাবে আপুনি Print লৈও ৰাখিব পাৰে।
Important Web-Links
Holiday List 2026: Click Here
Official Website: Click Here

