Dr. Radhakrishnan School Dibrugarh Recruitment 2026 – 14 Posts | Apply Before 05 March 2026

By: Raju Pc

On: March 27, 2026

Dr. Radhakrishnan School Dibrugarh Recruitment 2026 – 14 Posts | Apply Before 05 March 2026
Job Details
Last Apply Date
05 Mar, 2026

Dr. Radhakrishnan School Dibrugarh Recruitment 2026 – 14টা পদ, Apply Now

Dr. Radhakrishnan School of Arts, Commerce and Science এ ১৪টা খালী পদৰ বাবে নতুন  বিজ্ঞাপন প্ৰকাশ কৰিছে। বিদ্যালয়খনত বিভিন্ন Faculty আৰু Non-Teaching পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰি লোৱা হৈছে। আগ্ৰহী প্ৰাৰ্থীয়ে ৫ মাৰ্চ, ২০২৬ ৰ আগতেই ই-মেইল বা অফলাইন মাধ্যমেদি CV জমা দিব পাৰে।

নোট: শেহতীয়া অসম চৰকাৰী আৰু কেন্দ্ৰীয় চৰকাৰী চাকৰিৰ আপডেটৰ বাবে নিয়মিত assamlive.info চাই থাকক। 

👉 Join WhatsApp Group


Dr. Radhakrishnan School Dibrugarh Recruitment 2026 – পদসমূহৰ বিৱৰণ

1. Civil Engineer

প’ষ্ট সংখ্যা: ০১ (Male)
বেতন: ₹35,000 – ₹50,000 (MERIT আৰু EXPERIENCE অনুসৰি)
শিক্ষাগত অৰ্হতা: B.Tech / B.E / M.Tech (Civil Engineering)
অভিজ্ঞতা: ২–৩ বছৰৰ অভিজ্ঞতা


2. Transport Officer

প’ষ্ট সংখ্যা: ০১ (Male)
বেতন: ₹12,000 – ₹30,000
শিক্ষাগত অৰ্হতা: কোনো এখন স্বীকৃত বিশ্ববিদ্যালয়ৰ Graduate
অভিজ্ঞতা: Transport Officer হিচাপে ২–৩ বছৰৰ অভিজ্ঞতা


3. Accounts Officer

প’ষ্ট সংখ্যা: ০২ (Male)
বেতন: ₹12,000 – ₹35,000
শিক্ষাগত অৰ্হতা: কোনো বিষয়া গ্র্যাজুৱেট, কিন্তু B.Com / M.Com / MBA প্ৰাৰ্থীক অগ্ৰাধিকাৰ
অভিজ্ঞতা: ১–২ বছৰৰ একেই ক্ষেত্ৰৰ অভিজ্ঞতা থাকিলে অগ্ৰাধিকাৰ


4. Warden

প’ষ্ট সংখ্যা: ০৮ (Male: 4, Female: 4)
বেতন: ₹9,000 – ₹20,000
শিক্ষাগত অৰ্হতা: যিকোনো বিষয়া Graduate


5. Security Guard

প’ষ্ট সংখ্যা: ০২ (Male)
বেতন: ₹6,000 – ₹12,000
শিক্ষাগত অৰ্হতা: ১২তম উত্তীৰ্ণ / Graduate


💰 আবেদন মাচুল

কোনো আবেদন মাচুল লাগিব নে— নাই।


Dr. Radhakrishnan School Recruitment — কেনেকৈ আবেদন কৰিব?

যোগ্য আৰু আগ্ৰহী প্ৰাৰ্থীয়ে তলত দিয়া মাধ্যমৰ জৰিয়তে আবেদন কৰিব পাৰে—

📧 ই-মেইল আবেদন

আপোনাৰ আপডেটেড CV পঠিয়াওক:
[email protected]

🏫 অফলাইন আবেদন

আপোনাৰ CV দাখিল কৰিব পাৰে—
Dr. Radhakrishnan School of Arts, Commerce & Science,
Amolapatty, Dibrugarh, Assam – 786001

🗓️ আবেদনৰ শেষ তাৰিখ:

০৫ মাৰ্চ, ২০২৬

Raju Pc

WorkAssam Team provides verified updates on Assam jobs, exams, results, and career opportunities for students and job seekers.

Join WhatsApp

Join Now

Youtube Channel

Subscribe

Home WhatsApp Youtube Jobs