🔥 গুৱাহাটী উচ্চ ন্যায়ালয় নিয়োগ ২০২৬ – Law Clerk পদৰ বাবে অনলাইন আবেদন কৰক
By Raju Pc
Published on: 27 March 2026
গুৱাহাটী উচ্চ ন্যায়ালয়ে অস্থায়ী ভিত্তিত Law Clerk পদত নিয়োগৰ বাবে এক নতুন বিজ্ঞাপন জাৰি কৰিছে। যিসকল যোগ্য আৰু আগ্ৰহী প্ৰাৰ্থী আছে, তেওঁলোকে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত অনলাইনযোগে আবেদন কৰিব পাৰে।
আইন ক্ষেত্ৰত চৰকাৰী চাকৰি বিচৰা প্ৰাৰ্থীৰ বাবে এইটো এটা ভাল সুযোগ।
📌 পদৰ বিবৰণ
| বিষয় | তথ্য |
|---|---|
| পদৰ নাম | Law Clerk |
| মুঠ পদ | ৩ টা |
| কৰ্মস্থল | গুৱাহাটী উচ্চ ন্যায়ালয় (Principal Seat) |
| দৰমহা | ₹৩০,০০০/- প্ৰতিমাহে |
| আবেদন ধৰণ | অনলাইন |
🎓 শিক্ষাগত যোগ্যতা
প্ৰাৰ্থীৰ থাকিব লাগিবঃ
- Law ত Graduate বা Post Graduate
অথবা - Law ত Doctorate
✔ অগ্ৰাধিকাৰ:
- আইন অনুশীলনৰ অভিজ্ঞতা
- আইনী লিখনী বা প্ৰকাশনা
✅ যোগ্যতা
- ভাৰতীয় নাগৰিক হ’ব লাগিব
- সৰ্বোচ্চ বয়স: ৪০ বছৰ
- অসম Employment Exchange Registration থাকিব লাগিব
- অসমীয়া ভাষা জানিব লাগিব
🎯 বয়সৰ ৰেহাই
- OBC: ৩ বছৰ
- SC: ৫ বছৰ
- STP/STH: ৫ বছৰ
💰 আবেদন মাচুল
- UR / OBC: ₹৫০০/-
- SC / ST: ₹২৫০/-
- PwBD: নাই
📅 গুৰুত্বপূর্ণ তাৰিখসমূহ
- আবেদন আৰম্ভ: ২৫ মার্চ ২০২৬
- শেষ তাৰিখ: ০৫ এপ্ৰিল ২০২৬ (বিকেল ৫ বজালৈ)
📝 আবেদন পদ্ধতি
- Important Links section লৈ যাওক
- Online Application Form ত ক্লিক কৰক
- নতুনকৈ Registration কৰক
- Login কৰি সকলো তথ্য পূৰণ কৰক
- প্ৰয়োজনীয় নথি upload কৰক
- আবেদন মাচুল পৰিশোধ কৰক
- Form submit কৰি print লওক
🔗 গুৰুত্বপূর্ণ লিংক
| বিৱৰণ | লিংক |
|---|---|
| Online Application Form | ২৫/০৩/২০২৬ ৰ পৰা উপলব্ধ |
| Official Notification | Click Here |
| Official Website | Click Here |
❓ FAQs
Q1. আবেদন আৰম্ভ কেতিয়া?
👉 ২৫ মার্চ ২০২৬
Q2. মুঠ কিমান পদ আছে?
👉 ৩ টা
Q3. আবেদন কৰাৰ শেষ তাৰিখ কেতিয়া?
👉 ০৫ এপ্ৰিল ২০২৬
📢 গুৰুত্বপূর্ণ জাননী
অসম চৰকাৰী চাকৰি, কেন্দ্ৰীয় চৰকাৰী চাকৰি, Admit Card আৰু Result ৰ সর্বশেষ আপডেট পাবলৈ নিয়মিতভাৱে আপোনাৰ website ভিজিট কৰক।





