State Bank of India CBO Admit Card 2026 – 2273 Circle Based Officer পদ | Online Test
সংস্থা: State Bank of India (SBI)
পদৰ নাম: Circle Based Officer (CBO)
মুঠ পদ: 2273
বিজ্ঞাপন নং: CRPD/CBO/2025-26/18
State Bank of India এ দেশৰ বিভিন্ন Circle ত 2273 টা Circle Based Officer (CBO) পদৰ বাবে নিয়োগ বিজ্ঞাপন প্ৰকাশ কৰিছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীয়ে SBI Career Portal ৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰে।
SBI CBO Recruitment 2026 – পদৰ বিবৰণ
পদৰ নাম: Circle Based Officer (CBO)
মুঠ পদ: 2273
North Eastern Circle ত পদ: 79
বেতন (Salary)
প্ৰাৰ্থীয়ে আৰম্ভণিতে ₹48,480/- মৌলিক বেতন লাভ কৰিব।
বেতন স্কেলঃ
₹48,480 – 2000/7 – ₹62,480 – 2340/2 – ₹67,160 – 2680/7 – ₹85,920
এই বেতন Junior Management Grade Scale-I ৰ বাবে প্ৰযোজ্য আৰু লগত ২ টা advance increment থাকিব।
যোগ্যতা (Eligibility Criteria)
বয়স সীমা
31 December 2025 তাৰিখ অনুসাৰে—
-
নূন্যতম বয়স: 21 বছৰ
-
সৰ্বাধিক বয়স: 30 বছৰ
প্ৰাৰ্থীৰ জন্ম তাৰিখ 01 January 1996 ৰ পৰা 31 December 2004 ৰ ভিতৰত হব লাগিব।
Age Relaxation
| Category | Relaxation |
|---|---|
| SC / ST | 5 বছৰ |
| OBC | 3 বছৰ |
| PwBD (UR/EWS) | 10 বছৰ |
| PwBD (OBC) | 13 বছৰ |
| PwBD (SC/ST) | 15 বছৰ |
শিক্ষাগত অৰ্হতা
প্ৰাৰ্থীয়ে স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো বিষয়ত Graduation সম্পূৰ্ণ কৰিব লাগিব।
তলৰ Professional Qualification থকা প্ৰাৰ্থীয়েও আবেদন কৰিব পাৰিবঃ
-
Engineering
-
Medical
-
Chartered Accountant
-
Cost Accountant
অভিজ্ঞতা
প্ৰাৰ্থীৰ Graduation পিছত কমেও 2 বছৰ অভিজ্ঞতা থাকিব লাগিব।
এই অভিজ্ঞতা Scheduled Commercial Bank বা Regional Rural Bank ত Officer হিচাপে থাকিব লাগিব।
Local Language
যি Circle ত আবেদন কৰিব সেই Circle ৰ স্থানীয় ভাষা পঢ়া, লেখা আৰু বুজা লাগিব।
যদি প্ৰাৰ্থীয়ে 10th বা 12th ত সেই ভাষা বিষয় হিচাপে পঢ়িছে, তেন্তে language test দিব নালাগে।
Application Fee
| Category | Fee |
|---|---|
| UR / OBC / EWS | ₹750 |
| SC / ST / PwBD | Nil |
কেনেকৈ আবেদন কৰিব (How to Apply)
যোগ্য প্ৰাৰ্থীয়ে তলৰ ধাপসমূহ অনুসৰণ কৰি আবেদন কৰিব পাৰিবঃ
-
SBI Careers Website খোলক
-
Online Application Form লিংকত ক্লিক কৰক
-
নিজৰ ব্যক্তিগত আৰু শিক্ষাগত তথ্য পূৰণ কৰক
-
Photo, Signature আৰু documents upload কৰক
-
Application fee পৰিশোধ কৰক
-
Form submit কৰি printout এটা ৰাখক
গুৰুত্বপূর্ণ তাৰিখ
| Event | Date |
|---|---|
| Online Application আৰম্ভ | 29 January 2026 |
| আবেদন শেষ তাৰিখ | 25 February 2026 |
| Online Test | 14 March 2026 |
SBI CBO Selection Process
নিয়োগ প্ৰক্ৰিয়া 3 টা ধাপত সম্পন্ন হব।
1. Online Test
Online Test ত Objective Test আৰু Descriptive Test থাকিব।
Objective Test
| Subject | Questions | Time |
|---|---|---|
| English Language | 30 | 30 মিনিট |
| Banking Knowledge | 40 | 40 মিনিট |
| General Awareness / Economy | 30 | 30 মিনিট |
| Computer Aptitude | 20 | 20 মিনিট |
Total: 120 Questions
Duration: 2 ঘণ্টা
ভুল উত্তৰৰ বাবে negative marking নাই।
2. Descriptive Test
-
সময়: 30 মিনিট
-
Marks: 50
প্ৰশ্নসমূহ হবঃ
-
Essay Writing
-
Letter Writing
3. Screening
Online Test ত উত্তীৰ্ণ প্ৰাৰ্থীৰ documents আৰু experience screening committee এ পৰীক্ষা কৰিব।
4. Interview
Interview ত 50 marks থাকিব।
Final selection ৰ বাবে interview ত minimum marks লাভ কৰিব লাগিব।
Final Selection
Final Merit List প্ৰস্তুত কৰা হব—
-
Online Test – 75% weightage
-
Interview – 25% weightage
📌 Important Web-Links
| 📖 Description | 🔗Link |
|---|---|
| 🖥️ Online Application Form | Click Here |
| 🔔 View Official Notification | Click Here |
| 🔗 Visit Official Website | Click Here |
| 👉Admit Card SBI CBO | Click Here |
FAQs
1. SBI CBO Recruitment ত কিমান পদ আছে?
মুঠ 2273 টা পদ আছে।
2. Online আবেদন কেতিয়া আৰম্ভ হৈছিল?
29 January 2026 ত আৰম্ভ হৈছিল।
3. আবেদন শেষ তাৰিখ কেতিয়া?
25 February 2026।

