অসমৰ ইতিহাস কুইজ – Assam History MCQ on Ahom Kingdom | Important GK in Assamese

By: Raju Pc

On: March 27, 2026

অসমৰ ইতিহাস কুইজ – Assam History MCQ on Ahom Kingdom | Important GK in Assamese
Job Details
Last Apply Date
30 Dec, 2026

অসমৰ ইতিহাস কুইজ | Assam History MCQ (Important GK on Ahom Kingdom)

নমস্কাৰ বন্ধু-বান্ধৱীসকল,
আজিৰ এই অসমৰ ইতিহাস কুইজ (Assam History MCQ) পোষ্টটো বিশেষকৈ অসম আৰক্ষী, TET, APSC, UPSC আৰু বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে প্ৰস্তুত কৰা হৈছে।

এই প্ৰশ্নোত্তৰসমূহ অধ্যয়ন কৰিলে আপুনি অসম ইতিহাস, বিশেষকৈ আহোম সাম্ৰাজ্য সম্পৰ্কে গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰিব।


📌 আহোম ৰাজ্যৰ প্ৰতিষ্ঠা আৰু প্ৰাৰম্ভিক ইতিহাস

অসমৰ ইতিহাসত আহোম ৰাজবংশ প্ৰায় ৬০০ বছৰতকৈ অধিক সময় শাসন কৰা এক শক্তিশালী সাম্ৰাজ্য আছিল। তলত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ সংকলন দিয়া হ’ল।

১) আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ: চুকাফা

২) চুকাফাই কেতিয়া অসমত প্ৰৱেশ কৰিছিল?
উত্তৰ: ১২২৮ চনত

৩) চৰাইদেউ ৰাজধানী কিমান চনত প্ৰতিষ্ঠা হৈছিল?
উত্তৰ: ১২৫৩ চনত

৪) আহোম ৰাজ্য কিমান বছৰ শাসন কৰিছিল?
উত্তৰ: প্ৰায় ৬০০ বছৰ


👑 গুৰুত্বপূৰ্ণ আহোম ৰজা

৫) প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰা আহোম ৰজা কোন?
উত্তৰ: চুহুংমুং

৬) গড়গাঁও ৰাজধানী কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ: চুক্লেংমুং

৭) বৰফুকন আৰু বৰবৰুৱা পদ কোনে সৃষ্টি কৰিছিল?
উত্তৰ: প্ৰতাপ সিংহ

৮) উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল?
উত্তৰ: গদাধৰ সিংহ

৯) আটাইতকৈ দীঘলীয়া সময় ৰাজত্ব কৰা আহোম ৰজা কোন?
উত্তৰ: চুকামফা


⚔ আহোম-মোগল যুদ্ধ

১০) আহোম আৰু মোগলৰ শেষ ৰণ কিমান চনত হৈছিল?
উত্তৰ: ১৬৮২ চনত

১১) লাচিত বৰফুকনৰ জন্ম কেতিয়া হৈছিল?
উত্তৰ: লাচিত বৰফুকন – ১৬২২ চনৰ ২৪ নৱেম্বৰ

১২) আলাবৈৰ ৰণ কিমান চনত হৈছিল?
উত্তৰ: ১৬৬৯ চনৰ ৫ আগষ্ট

১৩) অসূৰৰ আলি সন্ধি কিমান চনত হৈছিল?
উত্তৰ: ১৬৩৯ চনত


🏛 প্ৰশাসন আৰু সংস্কৃতি

১৪) আহোম মুদ্ৰাৰ আকাৰ কেনেকুৱা আছিল?
উত্তৰ: আঠচুকীয়া

১৫) আহোম ৰাজ্যৰ প্ৰথম বৰপাত্ৰগোহাই কোন আছিল?
উত্তৰ: কনছেং

১৬) নগা আলি কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ: চুক্লেংমুং

১৭) আহোম সকলে চুতীয়া ৰাজ্য জয় কৰাৰ পিছত কোন বিষয়াক নিয়োগ কৰিছিল?
উত্তৰ: শদিয়াখোৱা গোহাঁই


📅 অন্যান্য গুৰুত্বপূৰ্ণ তথ্য

১৮) মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত হৈছিল?
উত্তৰ: কমলেশ্বৰ সিংহ ৰ দিনত

১৯) মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল?
উত্তৰ: চন্দ্ৰকান্ত সিংহ

২০) চুকাফা দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ: ২ ডিচেম্বৰ

Raju Pc

WorkAssam Team provides verified updates on Assam jobs, exams, results, and career opportunities for students and job seekers.

Join WhatsApp

Join Now

Youtube Channel

Subscribe

Home WhatsApp Youtube Jobs