IDBI Bank Assistant Manager Recruitment 2026 – 1300 Posts | Last Date 19 March 2026

By: Raju Pc

On: March 27, 2026

IDBI Bank Assistant Manager Recruitment 2026 – 1300 Posts | Last Date 19 March 2026
Job Details
Last Apply Date
19 Mar, 2026

IDBI Bank Assistant Manager Recruitment 2026 – 1300 টা পদ | অনলাইন আবেদন

সংস্থা: IDBI Bank
মুঠ পদ: 1300
আবেদন ধৰণ: Online
শেষ তাৰিখ: 19 March 2026

IDBI Bank এ Assistant Manager Grade ‘A’ আৰু Junior Assistant Manager (JAM) Grade ‘O’ পদৰ বাবে নতুন নিয়োগ বিজ্ঞাপন প্ৰকাশ কৰিছে। মুঠ 1300 টা খালী পদ এই নিয়োগৰ জৰিয়তে পূৰণ কৰা হ’ব। বেংকিং আৰু ফাইনান্স খণ্ডত কেৰিয়াৰ গঢ়িব বিচৰা আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীয়ে অনলাইন যোগে আবেদন কৰিব পাৰিব।


IDBI Bank Recruitment 2026 – পদৰ বিবৰণ

1. Assistant Manager Grade ‘A’

পদ সংখ্যা: 200 টা

শ্ৰেণী অনুসৰি পদ:
• UR – আপডেট হ’ব
• SC – আপডেট হ’ব
• ST – আপডেট হ’ব
• OBC – আপডেট হ’ব
• EWS – আপডেট হ’ব

বয়স সীমা:

• নূন্যতম: 21 বছৰ
• সৰ্বাধিক: 28 বছৰ

শিক্ষাগত অৰ্হতা:
স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো বিষয়ত Bachelor’s Degree থাকিব লাগিব।

• General / OBC / EWS – কমেও 60% নম্বৰ
• SC / ST / PwBD – কমেও 55% নম্বৰ

বিশ্ববিদ্যালয়টো UGC / AICTE বা চৰকাৰী স্বীকৃত হ’ব লাগিব।

অভিজ্ঞতা:
অন্তত ২ বছৰ Post Qualification Experience থাকিব লাগিব।


2. Junior Assistant Manager (JAM), Grade ‘O’

পদ সংখ্যা: 676 টা

শ্ৰেণী অনুসৰি পদ:
• UR – আপডেট হ’ব
• SC – আপডেট হ’ব
• ST – আপডেট হ’ব
• OBC – আপডেট হ’ব
• EWS – আপডেট হ’ব

বয়স সীমা:
• নূন্যতম: 20 বছৰ
• সৰ্বাধিক: 25 বছৰ

শিক্ষাগত অৰ্হতা:
স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো বিষয়ত Bachelor’s Degree থাকিব লাগিব।

• General / OBC / EWS – কমেও 60% নম্বৰ
• SC / ST / PwBD – কমেও 55% নম্বৰ


অন্যান্য যোগ্যতা

Age Relaxation:

• SC / ST – 5 বছৰ
• OBC (Non-Creamy Layer) – 3 বছৰ
• PwBD – 10 বছৰ

Computer Knowledge:
প্ৰাৰ্থীৰ কম্পিউটাৰ ব্যৱহাৰৰ মৌলিক জ্ঞান থাকিব লাগিব।


আবেদন মাচুল

• General / OBC / EWS – আপডেট হ’ব
• SC / ST / PwBD – আপডেট হ’ব

Payment Mode:

অনলাইন মাধ্যমৰ জৰিয়তে মাচুল পৰিশোধ কৰিব পাৰিবঃ

• Debit Card
• Credit Card
• Internet Banking
• IMPS
• Mobile Wallet


কেনেকৈ আবেদন কৰিব

যোগ্য আৰু আগ্ৰহী প্ৰাৰ্থীয়ে তলৰ ধাপসমূহ অনুসৰণ কৰি অনলাইন আবেদন কৰিব পাৰিবঃ

  1. তলৰ Important Links অংশলৈ যাওক।
  2. Online Application Form লিংকত ক্লিক কৰক।
  3. নিজৰ ব্যক্তিগত আৰু শিক্ষাগত তথ্য পূৰণ কৰক।
  4. প্ৰয়োজনীয় নথিপত্ৰ Upload কৰক।
  5. আবেদন মাচুল পৰিশোধ কৰি Form Submit কৰক।
  6. শেষত আবেদন ফৰ্মৰ Printout এটা লৈ ৰাখক।

📌 Important Web-Links

📖 Description🔗Link
🖥️ Online Application FormAM/JAM
🔔 View Official NotificationAM/JAM
🔗 Visit Official WebsiteClick Here
👉 Join Our WhatsApp GroupClick Here

গুৰুত্বপূর্ণ তাৰিখ

• Online Application আৰম্ভ: 08 March 2026
• Online Application শেষ তাৰিখ: 19 March 2026


সঘনাই সোধা প্ৰশ্ন (FAQs)

1. IDBI Bank Recruitment 2026 ত অনলাইন আবেদন কেতিয়া আৰম্ভ হ’ব?
08 March 2026 তাৰিখৰ পৰা অনলাইন আবেদন আৰম্ভ হৈছে।

2. আবেদন কৰাৰ শেষ তাৰিখ কেতিয়া?
19 March 2026 হৈছে আবেদন কৰাৰ শেষ তাৰিখ।

3. IDBI Bank Recruitment ত মুঠ কিমান পদ আছে?
মুঠ 1300 টা পদ উপলব্ধ আছে।

Also read
State Bank of India CBO Admit Card 2026 – 2273
The Assam Co-Operative Apex Bank Limited Recruitment 2026 150 Assistant Posts

Raju Pc

WorkAssam Team provides verified updates on Assam jobs, exams, results, and career opportunities for students and job seekers.

Join WhatsApp

Join Now

Youtube Channel

Subscribe

Home WhatsApp Youtube Jobs